লাচিত দিৱস উপলক্ষে লাচিত বৰফুকনৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

November 24th, 11:45 am

লাচিত দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লাচিত বৰফুকনক স্মৰণ কৰি তেওঁক সাহস, দেশপ্ৰেম আৰু প্ৰকৃত নেতৃত্বৰ প্ৰতীক বুলি অভিহিত কৰে।

BJP’s connection with Delhi goes back to the Jana Sangh days and is built on trust and commitment to the city: PM Modi

September 29th, 08:40 pm

Inaugurating the Delhi BJP’s new office, PM Modi said, “On this auspicious occasion of Navratri, Delhi BJP has received its new office today. It is a moment filled with new dreams and fresh resolutions.” He added, “For us, every BJP office is no less than a shrine, no less than a temple. A BJP office is not merely a building. It is a strong link that connects the Party with the grassroots and with people’s aspirations.”

PM Modi inaugurates Delhi BJP’s new office at Deendayal Upadhyaya Marg

September 29th, 05:00 pm

Inaugurating the Delhi BJP’s new office, PM Modi said, “On this auspicious occasion of Navratri, Delhi BJP has received its new office today. It is a moment filled with new dreams and fresh resolutions.” He added, “For us, every BJP office is no less than a shrine, no less than a temple. A BJP office is not merely a building. It is a strong link that connects the Party with the grassroots and with people’s aspirations.”

লাচিত দিৱসত লাচিত বৰফুকনৰ বীৰত্বক প্ৰধানমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

November 24th, 05:35 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লাচিত দিৱসত লাচিত বৰফুকনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

নতুন দিল্লীত লাচিত বৰফুকনৰ ৪০০তম জন্ম জয়ন্তীৰ বছৰজোৰা উদযাপনৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ

November 25th, 11:00 am

সকলোতকৈ আগত মই অসমৰ সেই মহান ভূমিক প্ৰণাম জনাইছো, যি মা ভাৰতীক লাচিত বৰফুকনৰ দৰে অদম্য বীৰ দিলে। কালি সমগ্ৰ দেশত বীৰ লাচিত বৰফুকনৰ ৪০০তম জন্ম জয়ন্তী পালন কৰা হয়। এই উপলক্ষে দিল্লীত ৩ দিনৰ বিশেষ কাৰ্যক্ৰমৰ বিশেষ আয়োজন কৰা হৈছে। এয়া মোৰ সৌভাগ্য যে এই কাৰ্যক্ৰমৰ সৈতে সংযুক্ত হোৱাৰ মই সুযোগ পালো। মোক কোৱা হৈছে যে এই কাৰ্যক্ৰমত অন্তৰ্ভুক্ত হ'বলৈ বৃহৎ সংখ্যাত অসমৰ লোকো এই কেইদিনত দিল্লীলৈ আহিছে। মই আপোনালোক সকলোকে, অসমৰ জনতাক, আৰু ১৩০ কোটি দেশবাসীক এই উপলক্ষে অনেক-অনেক অভিনন্দন জনাইছো, শুভকামনা জনাইছো।

নতুন দিল্লীত লাচিত বৰফুকনৰ ৪০০তম জন্ম জয়ন্তীৰ বছৰজোৰা উদযাপনৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান

November 25th, 10:53 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত লাচিত বৰফুকনৰ ৪০০তম জন্মজয়ন্তীৰ বছৰজোৰা উদযাপনৰ সামৰণি অনুষ্ঠানত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে 'লাচিত বৰফুকন – মোগলক পৰাজিত কৰা অসমৰ নায়ক' নামৰ কিতাপখনো উন্মোচন কৰে।

২৫ নৱেম্বৰত লাচিত বৰফুকনৰ ৪০০সংখ্যক জয়ন্তীৰ বছৰজোৰা উদযাপনৰ সামৰণি অনুষ্ঠানত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে

November 24th, 11:51 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ নৱেম্বৰ, ২০২২ৰ পুৱা ১১ বজাত নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত লাচিত বৰফুকনৰ ৪০০সংখ্যক জয়ন্তীৰ বছৰজোৰা উদযাপনৰ সামৰণি অনুষ্ঠানত ভাষণ আগবঢ়াব৷