নাগালেণ্ডৰ ৰাজ্যপাল থিৰু লা গণেশন জীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

August 15th, 08:28 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নাগালেণ্ডৰ ৰাজ্যপাল থিৰু লা গণেশন জীৰ মৃত্যুত শোক প্ৰকাশ কৰে। শ্ৰী মোদীয়ে তেওঁক এজন নিষ্ঠাবান জাতীয়তাবাদী বুলি প্ৰশংসা কৰে, যিয়ে নিজৰ জীৱন সেৱা আৰু দেশ -নিৰ্মাণৰ বাবে উৎসৰ্গা কৰিছিল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ নাগালেণ্ডৰ ৰাজ্যপালৰ

August 29th, 12:41 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক নাগালেণ্ডৰ ৰাজ্যপাল শ্ৰী লা গণেশনে সাক্ষাৎ কৰে।