বিশ্বৰ নেতা আৰু নাগৰিকসকলক তেওঁলোকৰ শুভেচ্ছাৰ বাবে কৃতজ্ঞতা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
June 10th, 11:50 pm
প্ৰধানমন্ত্ৰীয়ে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দনমূলক বাৰ্তাৰ বাবে বিশ্বৰ নেতাসকল আৰু বিভিন্ন ক্ষেত্ৰৰ জনসাধাৰণৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছে। এই শুভেচ্ছাৰ বাবে গভীৰভাৱে আপ্লুত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ প্ৰতি সেৱা আগবঢ়োৱা আৰু ৰাষ্ট্ৰৰ উন্নয়ন যাত্ৰাত অৰিহণা যোগোৱাটো এক সৌভাগ্যৰ বিষয়। জনসাধাৰণৰ আস্থা তেওঁৰ শক্তিৰ আটাইতকৈ ডাঙৰ উৎস বুলি গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰা, ১৪০ কোটি ভাৰতীয়ৰ আকাংক্ষা পূৰণ কৰা আৰু ভাৰতৰ গোলকীয় অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে আৰু অধিক নিষ্ঠাৰে কাম কৰিব বুলি তেওঁৰ পূৰ্ণ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে।গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে ভাৰতৰ দীৰ্ঘতম অবিৰতভাৱে সেৱা আগবঢ়োৱা প্ৰধানমন্ত্ৰী হিচাপে বিবেচিত হোৱাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীলৈ বিশ্বৰ নেতাসকলৰ অভিনন্দন বাৰ্তা
June 10th, 02:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ দীৰ্ঘতম নিৰন্তৰভাৱে সেৱা আগবঢ়োৱা গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হোৱাৰ বাবে বিশ্বৰ বহু ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বীসকলৰ পৰা অভিনন্দন বাৰ্তা লাভ কৰে।গ্ৰীচৰ হেলেনিক গণৰাজ্যৰ প্ৰধানমন্ত্ৰী কিৰিয়াকোছ মিটছ’টাকিছৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
February 19th, 07:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ ফেব্ৰুৱাৰী, ২০২৬ত এআই ইম্পেক্ট সন্মিলন উপলক্ষে গ্ৰীচৰ হেলেনিক গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰী কিৰিয়াকোছ মিটছ'টাকিছৰ সৈতে বৈছকত মিলিত হয়। গ্ৰীচৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৮-১৯ ফেব্ৰুৱাৰী, ২০২৬ত নতুন দিল্লীত অনুষ্ঠিত ইণ্ডিয়া এআই ইম্পেক্ট সন্মিলন ২০২৬ত অংশগ্ৰহণ কৰাৰ বাবে ভাৰত ভ্ৰমণলৈ আহিছে। বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী মিটছ'টাকিছৰ সৈতে ডিজিটেল প্ৰশাসন মন্ত্ৰী শ্ৰী ডিমিত্ৰিওছ পাপাষ্টাৰ্জিঅ’ আৰু জ্যেষ্ঠ বিষয়াসকলৰ এটা প্ৰতিনিধি দল উপস্থিত থাকে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰীচৰ প্ৰধানমন্ত্ৰীৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে
September 19th, 02:51 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হেলেনিক ৰিপাব্লিকৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী কিৰিয়াকোছ মিৎছ’টাকিছৰ পৰা এটি টেলিফোন কল লাভ কৰে।গ্ৰীচৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
November 02nd, 08:22 am
গ্ৰীচৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰীযুত কিৰিয়াকোছ মিটচোটাকিছে কৰা এক টেলিফোন কল গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।India and Greece have a long history of deep cultural and people-to-people ties: PM Modi at press meet with PM Mitsotakis
February 21st, 01:30 pm
Addressing the press meet with PM Mitsotakis of Greece, PM Modi said, As two ancient and great civilizations, India and Greece have a long history of deep cultural and people-to-people ties. For almost two and a half thousand years, people of both the countries have been exchanging trade and cultural relations as well as ideas.India-Greece Joint Statement
August 25th, 11:11 pm
At the invitation of Prime Minister H.E. Kyriakos Mitsotakis, PM Modi paid an official visit to Greece. Both leaders held high level talks in a warm and friendly atmosphere. They noted the ongoing cooperation between the two sides and exchanged views on bilateral, regional and international issues of mutual interest.গ্ৰীচৰ প্ৰধানমন্ত্ৰীয়ে আয়োজন কৰা ব্যৱসায়িক মধ্যাহ্ন ভোজনত প্ৰধানমন্ত্ৰীৰ মত-বিনিময়
August 25th, 08:33 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ আগষ্টত এথেন্সত গ্ৰীচৰ প্ৰধানমন্ত্ৰী শ্ৰী কিৰিয়াকোছ মিটচোটাকিছে আয়োজন কৰা ব্যৱসায়িক মধ্যাহ্ন ভোজনত অংশগ্ৰহণ কৰে।গ্ৰীচৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
August 25th, 05:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২৫ আগষ্টত এথেন্সত গ্ৰীচৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী কিৰিয়াকছ মিটচোটাকিছক সাক্ষাৎ কৰে।গ্ৰীচৰ প্ৰধানমন্ত্ৰীৰ সৈতে অনুষ্ঠিত যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ
August 25th, 02:45 pm
মহামহিম প্ৰধানমন্ত্ৰী মিটছোটাকিছ, দুয়োখন দেশৰ প্ৰতিনিধি, সংবাদ মাধ্যমৰ বন্ধু-বান্ধৱীসকল, নমস্কাৰ!দক্ষিণ আফ্রিকা আৰু গ্রীচ ভ্ৰমণৰ প্রাক্কালত প্রধানমন্ত্রীৰ বিবৃতি
August 22nd, 06:17 am
ব্রিকছ গোষ্ঠী বিভিন্ন ক্ষেত্রত শক্তিশালী সহযোগিতা গঢ়ি তুলি উদ্যোগী হৈছে। এই গোষ্ঠী বিভিন্ন উন্নয়নশীল উদ্যোগ আৰু বহুস্তৰীয় ব্যৱস্থাৰ সংস্কাৰসহ বিকাশশীল ৰাষ্ট্রসমূহৰ নানা সমস্যাক লৈ আলোচনা তথা সিবিলাকৰ সমাধানৰ পথ সন্ধান কৰাৰ এখন মঞ্চ হৈ উঠিছে, আমি ইয়াক মান্যতা দিওঁ। ভৱিষ্যতে কোন কোন ক্ষেত্রত সহযোগিতা গঢ়ি তুলিব লাগিব আৰু এই সংগঠনৰ নানা প্রতিষ্ঠানিক উন্নয়ন সন্দৰ্ভত এই শীর্ষ সন্মিলনত আলোচনা হ'ব।