কিণ্ড্ৰিলৰ অধ্যক্ষ আৰু চিইঅ’ মাৰ্টিন শ্ৰ’টাৰে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

August 21st, 09:50 pm

কিণ্ড্ৰিলৰ অধ্যক্ষ আৰু চিইঅ’ মাৰ্টিন শ্ৰ’টাৰে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশ্ব অংশীদাৰসকলক উষ্ম আদৰণি জনাই ভাৰতৰ বিশাল সুযোগসমূহ অন্বেষণ আৰু দেশৰ প্ৰতিভাৱান যুৱক-যুৱতীসকলৰ সৈতে উদ্ভাৱন তথা উৎকৃষ্টতাৰ বাবে সহযোগিতা কৰিবলৈ আমন্ত্ৰণ জনায়।