শ্ৰীমতী কে ভি ৰাবিয়াৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

May 05th, 04:57 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পদ্মশ্ৰী বঁটা বিজয়ী শ্ৰীমতী কে ভি ৰাবিয়াৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।