৩১ মে'ত মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
May 30th, 11:15 am
‘লোকমাতা’ দেৱী অহিল্যা বাই হোলকাৰৰ ৩০০ সংখ্যক জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩১ মে'ত মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব। তেওঁ ভূপালত পুৱা প্ৰায় ১১:১৫ বজাত ‘লোকমাতা দেৱী অহিল্যবাঈ মহিলা সৱলীকৰণ মহাসন্মিলন’ত অংশগ্ৰহণ কৰিব। তেওঁ ভূপালত একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাজহুৱা অনুষ্ঠানত ভাষণ দিব।