For the benefits of central schemes to reach Bengal, a BJP government is essential: PM Modi in Kolkata
August 22nd, 06:00 pm
PM Modi addressed an overflowing crowd gathered at a public meeting in Kolkata where he declared that Bengal’s rise is essential for India’s rise. He firmly reassured, “The BJP government at the Centre has continuously supported Bengal’s growth. From highways to railways, Bengal has received three times more funds than under UPA. But the biggest challenge is that funds sent from Delhi are looted by the state government and not spent on people’s welfare. Instead, they are siphoned off to TMC cadres,” he said.PM Modi’s Kolkata rally: Call for a Viksit Bangla, real ‘poriborton’ and end of TMC’s misrule!
August 22nd, 05:57 pm
PM Modi addressed an overflowing crowd gathered at a public meeting in Kolkata where he declared that Bengal’s rise is essential for India’s rise. He firmly reassured, “The BJP government at the Centre has continuously supported Bengal’s growth. From highways to railways, Bengal has received three times more funds than under UPA. But the biggest challenge is that funds sent from Delhi are looted by the state government and not spent on people’s welfare. Instead, they are siphoned off to TMC cadres,” he said.পশ্চিম বংগৰ কলকাতাত মূল আন্তঃগাঁথনি প্ৰকল্প মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণ
August 22nd, 05:15 pm
আজি আকৌ এবাৰ পশ্চিম বংগৰ উন্নয়ন ত্বৰান্বিত কৰাৰ সুযোগ পাইছো। নয়াপাৰাৰ পৰা জয় হিন্দ বিমান বন্দৰলৈ কলকাতা মেট্ৰ’ উপভোগ কৰি এইমাত্ৰ উভতি আহিছো। এই সময়ছোৱাত বহু সহকৰ্মীৰ লগত কথা পতাৰ সুযোগো পাইছিলোঁ। সকলোৱে সুখী যে কলকাতাৰ ৰাজহুৱা পৰিবহণ সচাকৈয়ে এতিয়া আধুনিক হৈ পৰিছে। আজি ইয়াত ছয় লেনযুক্ত উচ্চ কোনা এক্সপ্ৰেছৱেৰ আধাৰশিলাও স্থাপন কৰা হৈছে। হাজাৰ কোটি টকাৰ এই সকলোবোৰ প্ৰকল্পৰ বাবে কলকাতাবাসী আৰু সমগ্ৰ পশ্চিমবংগবাসীলৈ অশেষ অভিনন্দন।পশ্চিমবংগৰ কলকাতাত ৫২০০ কোটিৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
August 22nd, 05:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ কলকাতাত ৫২০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। সভাত ভাষণ দি তেওঁ কয় যে পুনৰবাৰ ৰাজ্যৰ উন্নয়নত অৰিহণা যোগোৱাৰ সুযোগ পাইছো। প্ৰধানমন্ত্ৰীয়ে নয়াপাৰাৰ পৰা জয় হিন্দ বিমানবন্দৰলৈ কলকাতা মেট্ৰ’ত যাত্ৰা কৰাৰ অভিজ্ঞতাৰ কথা দোহাৰে, য’ত তেওঁ সহযাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে আৰু চহৰখনৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ আধুনিকীকৰণক লৈ তেওঁৰ সন্তুষ্টিৰ কথা উল্লেখ কৰে। ছয় লেনযুক্ত উচ্চ ক’না এক্সপ্ৰেছৱে’ৰ আধাৰশিলাও স্থাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। উপস্থিত সকলোকে শুভেচ্ছা জ্ঞাপন কৰি শ্ৰী মোদীয়ে এই পৰিৱৰ্তনশীল প্ৰকল্পসমূহৰ বাবে কলকাতা আৰু পশ্চিম বংগৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে।পশ্চিমবংগৰ দুৰ্গাপুৰত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
July 18th, 02:35 pm
আমাৰ দুৰ্গাপুৰ ষ্টীল চিটি হোৱাৰ উপৰিও ভাৰতৰ শ্ৰমিক শক্তিৰো এক প্ৰধান কেন্দ্ৰ। ভাৰতৰ উন্নয়নত দুৰ্গাপুৰে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আজি আমি এই ভূমিকাক অধিক সুদৃঢ়কৰণৰ সুযোগ লাভ কৰিছোঁ। কিছু সময় পূৰ্বে ইয়াৰ পৰাই ৫,৪০০ কোটি টকা মূল্যৰ প্ৰকল্পৰাজিৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিছোঁ। এই সকলোবোৰ প্ৰকল্পই ইয়াৰ যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটাব। গেছ-ভিত্তিক পৰিবহণ আৰু গেছ-ভিত্তিক অৰ্থনীতিয়ে উদ্দীপনা লাভ কৰিব। আজিৰ প্ৰকল্পসমূহে ষ্টীল চিটিৰ পৰিচয়ক অধিক সুদৃঢ় কৰিব। অৰ্থাৎ এই প্ৰকল্পসমূহে মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড মন্ত্ৰৰে পশ্চিম বংগক আগুৱাই যোৱাত সহায় কৰিব। ইয়াৰ ফলশ্ৰুতিত অঞ্চলটোৰ যুৱক-যুৱতীসকলৰ বাবে একাধিক কৰ্মসংস্থাপনৰো সুযোগ সৃষ্টি হ’ব। এই প্ৰকল্পসমূহৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম বংগৰ দুৰ্গাপুৰত ৫,৪০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰে
July 18th, 02:32 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ দুৰ্গাপুৰত ৫,৪০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ষ্টীল চিটি হিচাপে পৰিচিত দুৰ্গাপুৰ ভাৰতৰ শ্ৰমিক শক্তিৰো এক প্ৰধান কেন্দ্ৰ। তেখেতে ভাৰতৰ উন্নয়নৰ ক্ষেত্ৰত ইয়াৰ উল্লেখযোগ্য অৱদানক স্বীকাৰেৰে কয় যে আজি সেই ভূমিকাক অধিক সুদৃঢ়কৰণৰ অৰ্থে সুযোগৰ উন্মেষ ঘটিছে। শ্ৰী মোদীয়ে কয় যে আজি শুভাৰম্ভ কৰা প্ৰকল্পসমূহে অঞ্চলটোৰ যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটাব, গেছ-ভিত্তিক পৰিবহণ আৰু গেছ-ভিত্তিক অৰ্থনীতিক উদ্দীপনা যোগাব আৰু ষ্টীল চিটি হিচাপে দুৰ্গাপুৰৰ পৰিচয়ক সমৃদ্ধ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই প্ৰকল্পসমূহ “মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড” দৃষ্টিভংগীৰে সংগতিপূৰ্ণ আৰু ই পশ্চিম বংগক আগুৱাই যোৱাত সহায় কৰিব। তেখেতে দৃঢ়তাৰে কয় যে ইয়াৰ জৰিয়তে অঞ্চলটোৰ যুৱক-যুৱতীসকলৰ বাবে অসীম নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব। এই উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে তেখেতে সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।We are moving towards an India where energy is cheap, clean and easily available: PM Modi in Alipurduar, West Bengal
May 29th, 01:30 pm
PM Modi laid the foundation stone of the City Gas Distribution project in Alipurduar, West Bengal. “As India moves towards becoming a developed nation, Bengal’s participation is both expected and essential”, emphasised the PM, highlighting the Central government's continuous efforts to accelerate infrastructure, innovation, and investment in the region. He praised West Bengal as a major center of India's culture, knowledge, and scientific advancements.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম বংগৰ আলিপুৰদুৱাৰত ১০১০ কোটি টকাৰো অধিক মূল্যৰ চিটি গেছ বিতৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে
May 29th, 01:20 pm
ভাৰতৰ চিটি গেছ বিতৰণ (CGD) নেটৱৰ্কৰ সম্প্ৰসাৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ আলিপুৰদুৱাৰত চিজিডি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে ঐতিহাসিক ভূমি আলিপুৰদুৱাৰৰ পৰা পশ্চিম বংগবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে অঞ্চলটোৰ চহকী সাংস্কৃতিক তাৎপৰ্য্যত আলোকপাতেৰে কয় যে কেৱল ইয়াৰ সীমাৰেখাৰ বাবেই নহয়, বৰঞ্চ ইয়াৰ বদ্ধমূল পৰম্পৰা আৰু সংযোগৰেও মহীয়ান হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আলিপুৰদুৱাৰে ভূটানৰ সৈতে নিজৰ সীমাৰেখা ভাগ কৰে, আনহাতে অসমে ইয়াক আদৰণি জনাইছে। বংগৰ ঐতিহ্য আৰু ঐক্যত ইয়াৰ ভূমিকাত আলোকপাতেৰে তেখেতে এই সমৃদ্ধিশালী ভূমি ভ্ৰমণ কৰিবলৈ পাই সন্তোষ প্ৰকাশ কৰে।There's no semblance of good governance under TMC's rule in Bengal: PM Modi in Jadavpur
May 28th, 02:39 pm
Prime Minister Narendra Modi, in grand Jadavpur rally, vowed to combat corruption in Bengal and propel its culture and economy to new heights. Addressing the huge gathering, PM Modi said, “Today, India is on the path to becoming developed. The strongest pillar of this development is eastern India. In the last 10 years, the expenses made by the BJP Government in eastern India was never made in 60-70 years.PM Modi ignites massive Barasat & Jadavpur rallies, West Bengal
May 28th, 02:30 pm
Prime Minister Narendra Modi, in grand Barasat and Jadavpur rallies, vowed to combat corruption in Bengal and propel its culture and economy to new heights. Addressing the huge gathering, PM Modi said, “Today, India is on the path to becoming developed. The strongest pillar of this development is eastern India. In the last 10 years, the expenses made by the BJP Government in eastern India was never made in 60-70 years.ৰিপাব্লিক সন্মিলন, ২০২৪ত ভাষণ প্ৰধানমন্ত্ৰীৰ
March 07th, 08:50 pm
এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে এই দশক ভাৰতৰ বুলি কোৱাৰ কথা স্মৰণ কৰাৰ লগতে এই বক্তব্য যে ৰাজনৈতিক নাছিল, সেই কথা আজি বিশ্বই দৃঢ়তাৰে প্ৰতীয়মান কৰিছে বুলি কয়। “বিশ্বই বিশ্বাস কৰে যে এইটো ভাৰতৰ দশক”, বিষয়বস্তু অনুসৰি অহা দশকৰ ভাৰতৰ ওপৰত আলোচনা আৰম্ভ কৰাৰ বাবে ৰিপাব্লিক টিমৰ দৃষ্টিভংগীক প্ৰশংসা কৰি তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে চলিত দশকটো বিকশিত ভাৰতৰ সংকল্প পূৰণৰ মাধ্যমত পৰিণত হ’ব।পশ্চিমবংগৰ কলকাতাত ১৫,৪০০ কোটি টকাৰ একাধিক সংযোগ প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
March 06th, 01:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলকাতাত ১৫,৪০০ কোটি টকাৰ একাধিক সংযোগ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। নগৰীয়া গতিশীলতা খণ্ডক গতি প্ৰদান কৰা উন্নয়ন প্ৰকল্পসমূহৰ ভিতৰত মেট্ৰ’ ৰে’ল আৰু আঞ্চলিক দ্ৰুত পৰিবহণ ব্যৱস্থা (আৰআৰটিএছ) উল্লেখযোগ্য৷Today's massive program underscores BJP's commitment to harnessing the power of women for India's development: PM
March 06th, 12:30 pm
Prime Minister Narendra Modi addressed the Barasat event, in West Bengal and greeted the audience with full vigour. The PM positively remarked, “Today's massive program underscores BJP's commitment to harnessing the power of women for India's development” and added that BJP has engaged thousands of women self-help groups nationwide. Today, in West Bengal, we witness a significant conference uniting sisters from these groups, furthering the cause of empowerment and progress.”PM Modi addressed at an enthusiasm-filled event in Barasat, West Bengal
March 06th, 12:09 pm
Prime Minister Narendra Modi addressed the Barasat event, in West Bengal and greeted the audience with full vigour. The PM positively remarked, “Today's massive program underscores BJP's commitment to harnessing the power of women for India's development” and added that BJP has engaged thousands of women self-help groups nationwide. Today, in West Bengal, we witness a significant conference uniting sisters from these groups, furthering the cause of empowerment and progress.”The people of Bengal possess the spirit of Nation First: PM Modi
December 30th, 11:50 am
PM Modi flagged off the Vande Bharat Express, connecting Howrah to New Jalpaiguri as well as inaugurated other metro and railway projects in West Bengal via video conferencing. The PM linked reforms and development of Indian Railways with the development of the country. He said that the central government was making record investments in the modern railway infrastructure.PM flags off Vande Bharat Express connecting Howrah to New Jalpaiguri via video conferencing
December 30th, 11:25 am
PM Modi flagged off the Vande Bharat Express, connecting Howrah to New Jalpaiguri as well as inaugurated other metro and railway projects in West Bengal via video conferencing. The PM linked reforms and development of Indian Railways with the development of the country. He said that the central government was making record investments in the modern railway infrastructure.PM to visit West Bengal on 30th December
December 29th, 12:35 pm
PM Modi will visit West Bengal on 30th December, 2022. He will flag off Vande Bharat Express connecting Howrah to New Jalpaiguri, inaugurate Joka-Taratala stretch of Purple Line of Kolkata Metro and lay the foundation stone and dedicate to the nation various railway projects. PM Modi will also chair the second meeting of the National Ganga Council during his visit.