কিষ্টৱাৰত ডাৱৰ বিস্ফোৰণ আৰু বানপানীৰ পিছত হোৱা পৰিস্থিতি সন্দৰ্ভত জম্মু আৰু কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ আৰু মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিলে প্ৰধানমন্ত্ৰীয়ে
August 15th, 12:12 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ শ্ৰী মনোজ সিনহা আৰু মুখ্যমন্ত্ৰী শ্ৰী ওমৰ আব্দুল্লাৰ সৈতে কিষ্টৱাৰত ডাৱৰ বিস্ফোৰণ আৰু বানপানীৰ ফলত হোৱা পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ কৰে।PM expresses solidarity with those affected by cloudburst and flooding in Kishtwar, J&K; assures all possible assistance
August 14th, 04:55 pm
Prime Minister Shri Narendra Modi has expressed deep concern over the cloudburst and subsequent flooding in Kishtwar district of Jammu and Kashmir. He assured that every effort is being made to provide timely assistance to those impacted by the calamity.কিষ্টৱাৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক
August 31st, 08:52 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কিষ্টৱাৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷PM to visit J&K to participate in celebrations of National Panchayati Raj Day on 24th April
April 23rd, 11:23 am
Prime Minister Narendra Modi will undertake a visit to Jammu & Kashmir to participate in the celebration of National Panchayati Raj Day at around 11:30 AM on 24 April, 2022 and address all the Gram Sabhas across the country.কিস্তৱাৰত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক
February 03rd, 08:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কিস্তৱাৰত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰিছে।কিষ্টৱাৰ আৰু কাৰ্গিলত ডাঁৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰিছে কেন্দ্ৰীয় চৰকাৰে
July 28th, 12:38 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কিষ্টৱাৰ আৰু কাৰ্গিলত ডাঁৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি কেন্দ্ৰীয় চৰকাৰে সুক্ষ্মভাৱে নিৰীক্ষণ কৰিছে৷