আমাৰ চৰকাৰ ভক্তসকলৰ বাবে উন্নত তীৰ্থযাত্ৰা অভিজ্ঞতা নিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ: প্ৰধানমন্ত্ৰী
January 13th, 06:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছৌদি আৰবৰ হজ আৰু উমৰাহ মন্ত্ৰী তৌফিক বিন ফাউজান আল-ৰবিয়াৰ সৈতে স্বাক্ষৰিত হজ চুক্তি,২০২৫ক আদৰণি জনাইছে। শ্ৰী মোদীয়ে কয় যে এই চুক্তি ভাৰতৰ হজযাত্ৰীসকলৰ বাবে এক ভাগললগা খবৰ। প্ৰধানমন্ত্ৰীয়ে কয় যে ভক্তসকলৰ বাবে উন্নত তীৰ্থযাত্ৰা অভিজ্ঞতা নিশ্চিত কৰাৰ বাবে আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।২০২১ চনৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ ২১ খন বিশেষ ফটো
December 31st, 11:59 am
২০২১ বৰ্ষৰ সমাপ্তিৰ পৰিপ্ৰেক্ষিতত ২০২১ চনৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ কিছুমান বিশেষ ফটো ইয়াত চাওক।PM cheers vibrant culture of Arunachal Pradesh
September 30th, 03:27 pm
The Prime Minister, Shri Narendra Modi has tagged a tweet by Shri Kiren Rijuju about his visit to Kazalang village of Sajolang people underlining the original folk songs and dances as the essence of every community in Arunachal Pradesh.