জৰ্ডান ৰাজ্য প্ৰতিষ্ঠাৰ ১০০ সংখ্যক বাৰ্ষিকী উপলক্ষে হাছিমীয় জৰ্ডান ৰাজ্যৰ বাদশ্বাহ মহামহিম দ্বিতীয় আবদুল্লাহ আৰু জনসাধাৰণক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

জৰ্ডান ৰাজ্য প্ৰতিষ্ঠাৰ ১০০ সংখ্যক বাৰ্ষিকী উপলক্ষে হাছিমীয় জৰ্ডান ৰাজ্যৰ বাদশ্বাহ মহামহিম দ্বিতীয় আবদুল্লাহ আৰু জনসাধাৰণক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

April 14th, 08:58 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে জৰ্ডান ৰাজ্য প্ৰতিষ্ঠাৰ ১০০ সংখ্যক বাৰ্ষিকী উপলক্ষে হাছিমীয় জৰ্ডান ৰাজ্যৰ বাদশ্বাহ মহামহিম দ্বিতীয় আবদুল্লাহ আৰু জনসাধাৰণক অভিনন্দন জনাইছে।