বাহৰেইনৰ ৰজাৰে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ
March 20th, 07:57 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাহৰেইনৰ মহামহিম ৰজা হামাদ বিন ইছা আল খলিফাৰ সৈতে এক ফলপ্ৰসূ আলোচনাত মিলিত হৈ ঈদৰ শুভেচ্ছা প্ৰদান কৰাৰ লগতে আঞ্চলিক নিৰাপত্তাকলৈ উদ্বেগ প্ৰকাশ কৰে।বাহৰেইনৰ ৰজাৰ সৈতে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ
March 02nd, 07:32 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাহৰেইনৰ ৰজা মহামহিম হামাদ বিন ইছা আল খলিফাৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে।