প্ৰধানমন্ত্ৰীক ৰাজসিক আতিথ্য প্ৰদান থাইলেণ্ডৰ ৰজা-ৰাণীৰ

April 04th, 07:27 pm

প্ৰধানমন্ত্ৰীয়ে আজি বেংককৰ ডুচিট পেলেচত থাইলেণ্ডৰ মহামহিম ৰজা মহা বাজিৰালংকৰ্ণ ফ্ৰা বাজিৰাক্লাওচাওয়ুহুয়া আৰু মহামহিম ৰাণী সুথিদা বজ্ৰসুধাবিমলালক্ষনাৰ ৰাজসিক আতিথ্য গ্ৰহণ কৰে।