ৰামেশ্বৰৰ পৰা পাৰাদ্বীপলৈ (২টা পেকেজত মুঠ ১৬৩.১৮০ কিলোমিটাৰ দৈৰ্ঘ্যৰ উপকূলীয় ঘাইপথৰ অংশ) ওড়িশাত হাইব্ৰিড বাৰ্ষিক পদ্ধতিত নতুন উপকূলীয় ঘাইপথ নিৰ্মাণত কেবিনেটৰ অনুমোদন
June 03rd, 03:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে আজি ওড়িশাত হাইব্ৰিড বাৰ্যিক পদ্ধতি (এইচএএম)ত ৰামেশ্বৰৰ পৰা পাৰাদ্বীপলৈ নতুন উপকূলীয় ঘাইপথ নিৰ্মাণৰ বাবে অনুমোদন জনাইছে।