ছিকাৰ ৰাজস্থানৰ খাতু শ্যামজী মন্দিৰ কমপ্লেক্সত হেঁচাঠেলাৰ ফলত প্ৰাণহানি হোৱা ঘটনাত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে
August 08th, 09:22 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছিকাৰ ৰাজস্থানৰ খাতু শ্যামজী মন্দিৰ কমপ্লেক্সত হেঁচাঠেলাৰ ফলত প্ৰাণ হেৰুওৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে।