ষঠ পূজাৰ পবিত্ৰ খৰনা অনুষ্ঠানক লৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন
October 26th, 10:44 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাপৰ্ব ষঠৰ সময়ত পালন কৰা উল্লেখযোগ্য অনুষ্ঠান শুভ ‘খৰনা’ উপলক্ষে সকলো ভক্তক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। এই পবিত্ৰ উৎসৱৰ লগত জড়িত কঠোৰ উপবাস আৰু ৰীতি-নীতি পালন কৰা সকলোকে তেওঁ সন্মানেৰে শ্ৰদ্ধা ঞ্জাপন জনায়।