নতুন দিল্লীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় আৰ্য্য মহাসন্মিলন, ২০২৫-ৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
October 31st, 07:00 pm
মই প্ৰথমেই পলমকৈ আহি পোৱাৰ বাবে ক্ষমা বিচাৰিছোঁ। আজি চৰ্দাৰ চাহাবৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে একতা নগৰৰ ষ্টেচু অৱ ইউনিটিত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল আৰু সেয়েহে ইয়াত উপস্থিত হোৱাত পলম হ’ল। মই ইয়াত সময়মতে উপস্থিত হ’ব নোৱাৰাৰ বাবে অনুতপ্ত হৈছোঁ আৰু ইয়াৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। ক্ষন্তেক পূৰ্বে শুনা মন্ত্ৰধ্বনিসমূহৰ শক্তি এতিয়াও সকলোৱে অনুভৱ কৰি আছে। যেতিয়াই মই এনে সমাৱেশৰ মাজলৈ আহোঁ, তেতিয়াই ঐশ্বৰিক আৰু অসাধাৰণ অভিজ্ঞতা লাভ কৰোঁ। এই অনুভূতিৰ কাৰণ হৈছে স্বামী দয়ানন্দ জীৰ আশীৰ্বাদ। মই স্বামী দয়ানন্দ জীৰ আদৰ্শৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাইছোঁ। ইয়াত উপস্থিত আপোনালোক সকলো চিন্তকৰ সৈতে মোৰ দশক-দশক পুৰণি আত্মীয়তাৰ বান্ধোন আছে। আপোনালোকে মোক বাৰে-বাৰে আপোনালোকৰ মাজত থকাৰ সুযোগ দিছে। যেতিয়াই মই আপোনালোকক লগ পাওঁ আৰু আপোনালোকৰ সৈতে যোগাযোগ কৰোঁ, তেতিয়াই মোৰ মন এক সুকীয়া শক্তি আৰু এক অনন্য প্ৰেৰণাৰে ভৰি পৰে।সমগ্ৰ ভাৰতৰ জনসাধাৰণক সংযোগ কৰা এক গণ আন্দোলনৰ জৰিয়তে নিৰ্মিত ষ্টেচু অব্ ইউনিটী হৈছে চৰ্দাৰ পেটেলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি ঃ প্ৰধানমন্ত্ৰী
October 31st, 12:43 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে 'ষ্টেচু অব্ ইউনিটী' হৈছে চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আৰু সমগ্ৰ ভাৰতৰ, বিশেষকৈ গ্ৰামাঞ্চলৰ নাগৰিকে এই প্ৰতিমূৰ্তিটোৰ সৈতে গভীৰ সংযোগ অনুভৱ কৰা গণ আন্দোলনৰ এক উল্লেখযোগ্য নিদৰ্শন।Prime Minister pays tributes to Sardar Vallabhbhai Patel at the Statue of Unity in Kevadia
October 31st, 12:41 pm
The Prime Minister, Shri Narendra Modi has paid tributes to Sardar Vallabhbhai Patel at the ‘Statue of Unity’ in Kevadia.কেবডিয়াত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
October 31st, 09:00 am
আজি চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জয়ন্তী পালন কাৰ্য্য হৈছে এক ঐতিহাসিক উপলক্ষ। একতা নগৰৰ পুৱাটো ঐশ্বৰিক আৰু নান্দনিক। চৰ্দাৰ পেটেলৰ চৰণত সামূহিক উপস্থিতি উল্লেখযোগ্য। ৰাষ্ট্ৰখন এক বৃহৎ তাৎপৰ্য্যপূৰ্ণ মুহূৰ্তৰ সাক্ষী হৈছে। দেশজোৰা ৰান ফৰ ইউনিটিত কোটি-কোটি ভাৰতীয়ই উৎসাহেৰে অংশগ্ৰহণ কৰিছে। ইয়াত নৱ্য ভাৰতৰ সংকল্প স্পষ্টভাৱে অনুৰণিত হৈছে। পূৰ্বে অনুষ্ঠিত হোৱা অনুষ্ঠান আৰু পূৰ্বৰ সন্ধিয়াৰ উপস্থাপন উল্লেখযোগ্য আছিল। ইয়াত অতীতৰ পৰম্পৰা, বৰ্তমানৰ শ্ৰম আৰু সাহস তথা ভৱিষ্যতৰ সাফল্যৰ আভাস প্ৰতিফলিত হৈছে। চৰ্দাৰ পেটেলৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে এটি স্মাৰক মুদ্ৰা আৰু এটা বিশেষ ডাক টিকট মুকলি কৰা হৈছে। চৰ্দাৰ পেটেলৰ জন্ম বাৰ্ষিকী আৰু ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে মই দেশৰ ১৪০ কোটি নাগৰিকলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ কেবডিয়াত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে
October 31st, 08:44 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ কেবদিয়াত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াত প্ৰধানমন্ত্ৰীয়ে কয় যে আজি চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জয়ন্তী পালন কাৰ্য্য হৈছে এক ঐতিহাসিক উপলক্ষ। একতা নগৰৰ পুৱাটো ঐশ্বৰিক আৰু নান্দনিক বুলি অভিহিতকৰণেৰে শ্ৰী মোদীয়ে চৰ্দাৰ পেটেলৰ চৰণত সামূহিক উপস্থিতি লক্ষ্য কৰি কয় যে ৰাষ্ট্ৰখন এক বৃহৎ তাৎপৰ্য্যপূৰ্ণ মুহূৰ্তৰ সাক্ষী হৈছে। তেখেতে দেশজোৰা ৰান ফৰ ইউনিটি আৰু ইয়াত কোটি-কোটি ভাৰতীয়ৰ উৎসাহপূৰ্ণ অংশগ্ৰহণৰ কথা উল্লেখেৰে ইয়াত নৱ্য ভাৰতৰ সংকল্প স্পষ্টভাৱে অনুৰণিত হৈছে বুলি কয়। পূৰ্বে অনুষ্ঠিত হোৱা অনুষ্ঠান আৰু পূৰ্বৰ সন্ধিয়াৰ উল্লেখযোগ্য উপস্থাপনৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াত অতীতৰ পৰম্পৰা, বৰ্তমানৰ শ্ৰম আৰু সাহস তথা ভৱিষ্যতৰ সাফল্যৰ আভাস প্ৰতিফলিত হৈছে। তেখেতে অৱগতে কৰে যে চৰ্দাৰ পেটেলৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে এটি স্মাৰক মুদ্ৰা আৰু এটা বিশেষ ডাক টিকট মুকলি কৰা হৈছে। চৰ্দাৰ পেটেলৰ জন্ম বাৰ্ষিকী আৰু ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে দেশৰ ১৪০ কোটি নাগৰিকলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰীয়ে ৩০-৩১ অক্টোবৰত গুজৰাট ভ্ৰমণ কৰিব
October 29th, 10:58 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অক্টোবৰ মাহত গুজৰাট ভ্ৰমণ কৰিব। ৩০ অক্টোবৰত প্ৰধানমন্ত্ৰীয়ে কেৱাদিয়াৰ একতা নগৰলৈ যাত্ৰা কৰিব আৰু সন্ধিয়া প্ৰায় ৫.১৫ বজাত ই-বাছৰ শুভাৰম্ভ কৰিব। সন্ধিয়া প্ৰায় ৬.৩০ বজাত তেওঁ একতা নগৰত ১,১৪০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন আন্তঃগাঁথনি আৰু উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।প্ৰধানমন্ত্ৰীয়ে শ্ৰী ওমৰ আব্দুল্লাৰ গুজৰাটৰ কেৱাদিয়াস্থিত ষ্টেচু অৱ ইউনিটি দৰ্শন কাৰ্য্যৰ শলাগ লয়
July 31st, 11:05 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী ওমৰ আব্দুল্লাৰ সবৰমতী ৰিভাৰফ্ৰন্ট আৰু গুজৰাটৰ কেৱাদিয়াস্থিত আকৰ্ষণীয় ষ্টেচু অৱ ইউনিটি দৰ্শন কাৰ্য্যক আদৰণি জনায় আৰু শলাগ লয়।গুজৰাটৰ কেৱাড়িয়াত মূল উন্নয়নমূলক কাম-কাজ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
October 30th, 09:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ কেৱাড়িয়াত মূল উন্নয়নমূলক কাম-কাজ উদ্বোধন কৰে।। এই উন্নয়নমূলক কাম কেৱাড়িয়াত সা-সুবিধা আৰু অধিক বৃদ্ধি কৰিব।Prime Minister Narendra Modi to visit Gujarat
October 29th, 03:35 pm
PM Modi will visit Gujarat from 30-31 October. He will travel to Ekta Nagar, Kevadia to lay the foundation stone of various infrastructural and development projects, and then address the Officer Trainees of the 99th Common Foundation Course in Aarambh 6.0. PM Modi will also offer floral tribute at the Statue of Unity, which will be followed by Rashtriya Ekta Diwas celebrations.‘ষ্টেচু অৱ ইউনিটি’ৰ টিভি খণ্ডটোৱে আপোনাক অতি সোনকালে কেভাদিয়ালৈ যাবলৈ উৎসাহিত কৰিব!: প্ৰধানমন্ত্ৰী
March 14th, 01:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহিমাম্বিত ‘ষ্টেচু অৱ ইউনিটি’ক বিষয়বস্তু হিচাপে এটা টেলিভিছন খণ্ড শ্বেয়াৰেৰে কয় যে এয়া এক চাক্ষুস অভিজ্ঞতা হ’ব আৰু অতি সোনকালে কেভাদিয়া ভ্ৰমণৰ ইচ্ছা জগাই তুলিব।PM inaugurates and lays foundation stone for multiple development projects worth Rs 160 crores in Kevadia, Gujarat
October 31st, 07:14 pm
PM Modi inaugurated and laid the foundation stone of multiple development projects worth Rs 160 crores in Kevadia, Gujarat. The projects that were inaugurated include the Heritage Train from Ekta Nagar to Ahmedabad, a project for live Narmada Aarti, Kamalam Park, a walkway within the Statue of Unity, and more.‘ৰাষ্ট্ৰীয় একতা দিৱস’ উদযাপন উপলক্ষে কেৱাড়িয়াত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
October 31st, 10:00 am
আপোনালোক যুৱক-যুৱতী আৰু দুৰন্ত সাহসীসকলৰ এই উৎসাহ হৈছে ‘ৰাষ্ট্ৰীয় একতা দিৱস’ৰ এক বৃহৎ শক্তি। এক প্ৰকাৰে মই মোৰ সন্মুখত এখন ‘মিনি ইণ্ডিয়া’, ‘ক্ষুদ্ৰ ভাৰত’ৰ ৰূপ দেখিবলৈ পাইছো। ৰাজ্য পৃথক, ভাষা পৃথক, পৰম্পৰা পৃথক, কিন্তু ইয়াত উপস্থিত প্ৰতিগৰাকী ব্যক্তি একতাৰ এডাল শক্তিশালী সূতাৰে সংযুক্ত। ভবিলে বহুত যেন লাগে, মালা কিন্তু এডালেইহে। শৰীৰ বহুত, মন কিন্তু এটাহে। ঠিক যেনে দৰে ১৫ আগষ্ট আমাৰ ‘স্বাধীনতা’ উদযাপনৰ দিন, আৰু ২৬ জানুৱাৰী আমাৰ ‘গণৰাজ্য’ উদযাপনৰ দিন, ঠিক তেনেদৰেই ৩১ অক্টোবৰৰ এই দিনটো হৈছে দেশৰ প্ৰতিটো কোণত ‘জাতীয়তাবাদৰ সঞ্চাৰণৰ উৎসৱ’ উদযাপনৰ দিন হৈ উঠিছে।গুজৰাটৰ কেৱাদিয়াত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
October 31st, 09:12 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ চৰ্দাৰ পেটেলৰ জন্ম বাৰ্ষিকীত উপলক্ষে তেওঁ তেওঁৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে বিএছএফ আৰু বিভিন্ন ৰাজ্যিক আৰক্ষীৰ দলৰ দলৰে গঠিত ৰাষ্ট্ৰীয় একতা দিৱস পেৰেড, মহিলা চিআৰপিএফ বাইকাৰ্ছৰ ডেয়াৰডেভিল শ্ব’, বিএছএফৰ মহিলা পাইপ বেণ্ড, গুজৰাট মহিলা আৰক্ষীৰ নৃত্য প্ৰদৰ্শন, বিশেষ এনচিচি শ্ব’, স্কুল বেণ্ডৰ প্ৰদৰ্শন, ভাৰতীয় বায়ু সেনাৰ ফ্লাই পাষ্ট, সজীৱ গাঁওসমূহৰ অৰ্থনৈতিক জীৱনমুখীতা প্ৰদৰ্শন উপভোগ কৰে৷প্ৰধানমন্ত্ৰীয়ে ৩০-৩১ অক্টোবৰত গুজৰাট ভ্ৰমণ কৰিব
October 29th, 02:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০-৩১ অক্টোবৰত গুজৰাট ভ্ৰমণ কৰিব। ৩০ অক্টোবৰত ৰাতিপুৱা প্ৰায় ১০.৩০ বজাত, তেওঁ অম্বাজী মন্দিৰত পূজা আৰু দৰ্শন কৰিব। তাৰ পিছত দুপৰীয়া প্ৰায় ১২ বজাত তেওঁ মেহছানাত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ৩১ অক্টোবৰত, ৰাতিপুৱা প্ৰায় ৮ বজাত, তেওঁ কেৱড়িয়া ভ্ৰমণ কৰিব য'ত তেওঁ ষ্টেচু অৱ ইউনিটিত পুষ্পাঞ্জলি আগবঢ়াব। ইয়াৰ পিছত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰা হ'ব। তেওঁ আধাৰশিলা স্থাপন কৰিব আৰু একাধিক প্ৰকল্প উদ্বোধন কৰিব। তাৰ পিছত, ৰাতিপুৱা প্ৰায় ১১.১৫ বজাত তেওঁ আৰম্ভ ৫.০ত ৯৮তম কমন ফাউণ্ডেচন পাঠ্যক্ৰমৰ বিষয়া প্ৰশিক্ষাৰ্থীসকলক সম্বোধন কৰিব।১৮.০৬.২০২৩ত ‘মন কী বাত’ অনুষ্ঠানৰ ১০২খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
June 18th, 11:30 am
‘মন কী বাত’লৈ আপোনালোক সকলোকে পুনৰবাৰ আদৰণি জনাইছো৷ সাধাৰণতে ‘মন কী বাত’ প্ৰতি মাহৰ অন্তিম দেওবাৰে প্ৰচাৰিত হয়, কিন্তু এইবাৰ এসপ্তাহ পূৰ্বেই প্ৰচাৰ হৈছে৷ আপোনালোক সকলোৱে জানে যে অহা সপ্তাহত মই আমেৰিকাত থাকিম আৰু তাত বহুত ব্যস্ত কাৰ্যসূচী থাকিব আৰু সেইবাবে মই ভাবিলো, তালৈ যোৱাৰ পূৰ্বে আপোনালোকৰ সৈতে কথা পাতি লোৱাটোৱেই ভাল হ’ব, নহয়নে? জনতা-জনাৰ্দনৰ আশীৰ্বাদ, আপোনালোকৰ প্ৰেৰণাই মোৰ শক্তি বৃদ্ধি কৰিব৷We stamped out terrorism in the last eight years with resolute actions: PM Modi in Jamnagar
November 28th, 02:15 pm
Addressing his third public meeting of the day, The Prime Minister said, “It is equally important for a developed India to be a self-reliant India. And that's why Gujarat's industries, MSMEs-small scale industries have a huge role to play. Jamnagar's brass industry and bandhani art have received a lot of support over the years. Today, Jamnagar produces everything from pins to aeroplane parts”.From once manufacturing cycles, Gujarat is now moving towards manufacturing aeroplanes: PM Modi in Rajkot
November 28th, 02:05 pm
Addressing his third public meeting of the day, The Prime Minister said, “It is equally important for a developed India to be a self-reliant India. And that's why Gujarat's industries, MSMEs-small scale industries have a huge role to play. Jamnagar's brass industry and bandhani art have received a lot of support over the years. Today, Jamnagar produces everything from pins to aeroplane parts”.BJP does not consider border areas or border villages as the last village of the country but as the first village: PM Modi in Anjar
November 28th, 01:56 pm
PM Modi came down heavily on the Congress for colluding with those who opposed the delivery of water to Kutch. PM Modi said, “The Congress has always been encouraging those who opposed the Sardar Sarovar Dam. The people of Kutch can never forget such a party, which created hurdles for the people of Kutch.” PM Modi further talked about how the Kutch Branch Canal is changing lives, PM Modi said, “The hard work of the BJP government is paying off for Kutch. Today many agricultural products are exported from Kutch”.BJP has done the work of making Gujarat a big tourism destination of the country: PM Modi in Palitana
November 28th, 01:47 pm
Continuing his campaigning to ensure consistent development in Gujarat, PM Modi today addressed a public meeting in Palitana, Gujarat. PM Modi started his first rally of the day by highlighting that the regions of Bhavnagar and Saurashtra are the embodiment of ‘Ek Bharat, Shreshtha Bharat’.PM Modi addresses public meetings in Palitana, Anjar, Jamnagar & Rajkot, Gujarat
November 28th, 01:46 pm
Continuing his campaigning to ensure consistent development in Gujarat, PM Modi today addressed public meetings in Palitana, Anjar & Jamnagar, Gujarat. In his first rally of the day, PM Modi said that the region of Saurashtra embodies the spirit of ‘Ek Bharat, Shreshtha Bharat’. In his second address at Anjar, PM Modi talked about Kutch’s recovery from the earthquake in 2001. In his last two public meetings for the day, PM Modi talked about the economy and the manufacturing sector of Gujarat.