গুজৰাটৰ প্ৰাক্তন মুখ্য মন্ত্ৰী শ্ৰী কেশুভাই পেটেললৈ শ্ৰদ্ধঞ্জলি জনালে প্ৰধানমন্ত্ৰীয়ে

October 30th, 11:41 am

গুজৰাটৰ প্ৰাক্তন মুখ্য মন্ত্ৰী শ্ৰী কেশুভাই পেটেললৈ তেওঁৰ গান্ধীনগৰত থকা বাসভৱনত শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে।

Keshubhai Patel's ideals of 'Rashtrabhakti' & 'Jan Bhakti' will inspire generations: PM Modi

October 29th, 02:52 pm

The Prime Minister, Shri Narendra Modi has expressed grief over the passing away of former Chief Minister of Gujarat, Keshubhai Patel.

গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেশুভাই পেটেলৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক

October 29th, 02:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেশুভাই পেটেলৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।