প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰ পূজা উপলক্ষে ত্ৰিপুৰাৰ জনসাধাৰণক শুভেচ্ছা জনায়
July 11th, 02:29 pm
কেৰ পূজাৰ বিশেষ উপলক্ষত শুভকামনা। মই আশা কৰোঁ যে ত্ৰিপুৰাত ব্যাপক উৎসাহেৰে পালন কৰিবলগীয়া এই উৎসৱে সকলোৰে জীৱনক প্ৰসন্নতা আৰু সমৃদ্ধিৰে ভৰাই তুলিব। চতুৰ্দিশে আনন্দ আৰু সদ্ভাব হওক, সকলোৱে সু-স্বাস্থ্যৰ আশীৰ্বাদ লাভ কৰক।