Today, when one sees India, then they can be rest assured that Democracy can deliver: PM at ABP Network India@2047 Summit

May 06th, 08:04 pm

PM Modi, at the ABP News India@2047 Summit in Bharat Mandapam, hailed India's bold strides towards becoming a developed nation. Applauding the inspiring journeys of Drone Didis and Lakhpati Didis, he spotlighted key reforms, global trade pacts, and the transformative impact of DBT—underscoring his government's unwavering commitment to Nation First.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এবিপি নেটৱৰ্ক ইণ্ডিয়া@২০৪৭ শীৰ্ষ সন্মিলনত ভাষণ দিয়ে

May 06th, 08:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হোৱা ABP Network India@2047 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। উপস্থিত ৰাইজক সম্বোধন কৰি তেওঁ কয় যে ভাৰত মণ্ডপমত আজি পুৱাৰে পৰা কাৰ্যসূচীৰ হুলস্থুলীয়া পৰিৱেশ। তেওঁ আয়োজক দলৰ সৈতে হোৱা আদান-প্ৰদানৰ কথা উল্লেখ কৰে আৰু শীৰ্ষ সন্মিলনৰ চহকী বৈচিত্ৰ্যৰ ওপৰত আলোকপাত কৰে। তেওঁ বহু বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণৰ বাবে ধন্যবাদ জ্ঞাপন কৰে, যিসকলে এই অনুষ্ঠানটোৰ গতিশীলতাত অৰিহণা যোগায়। প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে উপস্থিত সকলোৰে অভিজ্ঞতা অত্যন্ত ইতিবাচক। সন্মিলনত যুৱক-যুৱতী আৰু মহিলাৰ বৃহৎ উপস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ বিশেষভাৱে ড্ৰ’ন দিদি আৰু লাখপতি দিদিসকলৰ দ্বাৰা ভাগ-বতৰা কৰা প্ৰেৰণাদায়ক অভিজ্ঞতাসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে তেওঁলোকৰ কাহিনীবোৰ প্ৰেৰণাৰ উৎস।

খাজুৰাহো, মধ্য প্ৰদেশত কেন-বেতোৱা নদী সংযোগী ৰাষ্ট্ৰীয় প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

December 25th, 01:00 pm

বীৰো কী ধৰতী ঈ বুণ্ডেলখণ্ড পে ৰেৱে ৱাৰে সবই জনন খোঁ হামাই তৰফ সে হাথ জোৰ কেঁ ৰাম ৰাম পৌচে। মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীযুত মংগু ভাই পেটেল, ইয়াৰ কৰ্মথ মুখ্যমন্ত্ৰী ভাই মোহন যাদৱ জী, কেন্দ্ৰীয় মন্ত্ৰী ভাই শিৱৰাজ সিং জী, বীৰেন্দ্ৰ কুমাৰ জী, চি আৰ পাটিল জী, উপ মুখ্যমন্ত্ৰী জগদীশ দেওৰা জী, ৰাজেন্দ্ৰ শুক্লা জী, অন্যান্য মন্ত্ৰীগণ, সাংসদগণ, বিধায়কগণ, অন্য সকলো মহানুভৱ, পূজ্য সন্তগণ আৰু মধ্য প্ৰদেশৰ মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল।

PM Modi lays foundation stone of Ken-Betwa River Linking National Project in Khajuraho, Madhya Pradesh

December 25th, 12:30 pm

PM Modi inaugurated and laid the foundation stone of multiple development projects in Khajuraho. Highlighting that Shri Vajpayee's government in the past had seriously begun addressing water-related challenges, but were sidelined after 2004, the PM stressed that his government was now accelerating the campaign to link rivers across the country. He added that the Ken-Betwa Link Project is about to become a reality, opening new doors of prosperity in the Bundelkhand region.

প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীৰ ১০০ তম জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ২৫ ডিচেম্বৰত মধ্যপ্ৰদেশত কেন-বেটৱা নদী সংযোগী ৰাষ্ট্ৰীয় প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

December 24th, 11:46 am

On the occasion of the 100th birth anniversary of former Prime Minister Shri Atal Bihari Vajpayee, Prime Minister Shri Narendra Modi will visit Madhya Pradesh on 25th December. At around 12:30 PM, he will inaugurate and lay the foundation stone of multiple development projects in Khajuraho.