ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰীৰ মন্তব্য
October 24th, 11:20 am
এইবাৰ, পোহৰৰ উৎসৱ দীপাৱলীয়ে আপোনাৰ সকলোৰে জীৱনত নতুন পোহৰ কঢ়িয়াই আনিছে। আজি দেশৰ ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীয়ে উৎসৱৰ মাজতে এটা নিৰ্দিষ্ট চাকৰিৰ বাবে নিযুক্তি পত্ৰ লাভ কৰাৰ সুখ অনুভৱ কৰিছে, অৰ্থাৎ উৎসৱৰ আনন্দ আৰু সফলতাৰ দুগুণ সুখ। মই অনুভৱ কৰিব পাৰো, আপোনালোকৰ পৰিয়ালে কিমান আনন্দ পাব। আপোনালোক সকলোকে আৰু আপোনালোকৰ পৰিয়ালবৰ্গক মোৰ আন্তৰিক অভিনন্দন জনাইছো। জীৱনৰ এই নতুন আৰম্ভণিৰ বাবে মই আপোনালোক সকলোকে শুভেচ্ছা জনাইছো।ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
October 24th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰোজগাৰ মেলাত ভাষণ দিয়ে। অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এই বছৰৰ পোহৰৰ উৎসৱ দীপাৱলীয়ে সকলোৰে জীৱনলৈ নতুন পোহৰ কঢ়িয়াই আনিছে। উৎসৱ উদযাপনৰ মাজতে, স্থায়ী চাকৰিৰ বাবে নিযুক্তি পত্ৰ লাভ কৰাটোৱে আনন্দৰ মাত্ৰা দুগুণ কৰে - উৎসৱৰ আনন্দ আৰু নিযুক্তিৰ সফলতা দুয়োটাই। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই সুখ আজি সমগ্ৰ দেশৰ ৫১,০০০ৰো অধিক যুৱক-যুৱতীয়ে অনুভৱ কৰিছে। ইয়াৰ ফলত তেওঁলোকৰ পৰিয়াললৈ অহা অপৰিসীম আনন্দক তেওঁ স্বীকাৰ কৰে আৰু সকলো প্রাপক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক অভিনন্দন জনায় আৰু তেওঁলোকৰ জীৱনৰ এই নতুন আৰম্ভণিৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।নতুন দিল্লীত অনুষ্ঠিত এনডিটিভি বিশ্ব সন্মিলন ২০২৫ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
October 17th, 11:09 pm
শ্ৰীলংকাৰ মহামন্ত্ৰী প্ৰধানমন্ত্ৰী হাৰিণী অমৰাসুৰিয়া জী, অষ্ট্ৰেলিয়াৰ মহামহিম প্ৰাক্তন প্ৰধানমন্ত্ৰী মোৰ বন্ধু টনি এবোট জী, ব্ৰিটেইনৰ মহামহিম প্ৰাক্তন প্ৰধানমন্ত্ৰী ঋষি সুনাক জী, বিশিষ্ট অতিথিসকল, ভদ্ৰলোকগণ আৰু ভদ্ৰমহিলাসকল, নমস্কাৰ!নতুন দিল্লীত এনডিটিভি বিশ্ব সন্মিলন ২০২৫ত ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
October 17th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত এনডিটিভি বিশ্ব সন্মিলন ২০২৫ত ভাষণ প্ৰদান কৰে। সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে সকলো বিশিষ্ট ব্যক্তিক আদৰণি জনায়। সকলো নাগৰিকলৈ দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে উৎসৱমুখৰ পৰিৱেশৰ মাজতে এন ডি টি ভি বিশ্ব সন্মিলন অনুষ্ঠিত কৰা হৈছে। তেওঁ অধিৱেশনৰ বিষয়বস্তু—“আনষ্টপেবল ইণ্ডিয়া”—ৰ শলাগ লৈ মন্তব্য কৰে যে ই সঁচাকৈয়ে উপযুক্ত, কিয়নো আজি ভাৰতে ৰুদ্ধ হোৱাৰ ভাবনা ৰখা নাই। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয়, “ভাৰত ৰৈ নাথাকে, থমকি ৰ’বও নোৱাৰে, ১৪০ কোটি ভাৰতীয়ই দ্ৰুতগতিত আগবাঢ়িছে, একেলগে”।ভাৰত-ব্ৰিটেইন চিইঅ’ ফৰামত প্ৰধানমন্ত্ৰীৰ ভাষণ
October 09th, 04:41 pm
বছৰ বছৰ ধৰি আপোনালোক সকলো ব্যৱসায়িক নেতাৰ অবিৰত প্ৰচেষ্টাৰ জৰিয়তে এই মঞ্চ ভাৰত-ব্ৰিটেইনৰ কৌশলগত অংশীদাৰিত্বৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে আত্মপ্ৰকাশ কৰিছে। আপোনাৰ মতামত শুনি মোৰ আত্মবিশ্বাস আৰু অধিক শক্তিশালী হৈছে যে আমি স্বাভাৱিক অংশীদাৰ হিচাপে আৰু অধিক দ্ৰুতগতিত বিকাশ লাভ কৰিম। আৰু ইয়াৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছো।ভাৰত-ব্ৰিটেইন যুটীয়া বিবৃতি
October 09th, 03:24 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ছাৰ কেইৰ ষ্টাৰমাৰে ৮-৯ অক্টোবৰ ২০২৫ চনত ভাৰত ভ্ৰমণ কৰে।প্ৰধানমন্ত্ৰী ষ্টাৰমাৰৰ সৈতে ব্যৱসায় আৰু বাণিজ্য বিভাগৰ ৰাজ্যিক সচিব আৰু বাণিজ্য ব’ৰ্ডৰ সভাপতি পিটাৰ কাইল সাংসদ, স্কটলেণ্ডৰ ৰাজ্যিক সচিব ডগলাছ আলেকজেণ্ডাৰ সাংসদ, বিনিয়োগ মন্ত্ৰী জেছন ষ্টকউড আৰু ১২৫ জন চিইঅ’, উদ্যোগী, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, সাংস্কৃতিক নেতা আৰু মুখ্য কাৰ্যবাহী বিষয়াকে ধৰি উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল উপস্থিত থাকে।ফলাফলৰ তালিকাঃ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ
October 09th, 01:55 pm
ব্ৰিটেইন-ভাৰত গুৰুত্বপূৰ্ণ খনিজ যোগান শৃংখল মানৱ নিৰীক্ষণ কেন্দ্ৰৰ দ্বিতীয় পৰ্যায়ৰ আৰম্ভণি আৰু আই আই টি-আই এছ এম ধনবাদত নতুন উপগ্ৰহ চৌহদ স্থাপন।ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ
October 09th, 11:25 am
প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণৰ বাবে আজি মুম্বাইত আদৰণি জনাবলৈ পাই মই আনন্দিত হৈছো।ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক তেওঁৰ প্ৰথম চৰকাৰী ভাৰত ভ্ৰমণত প্ৰধানমন্ত্ৰীৰ আদৰণি
October 08th, 12:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী মহামান্য কেইৰ ষ্টাৰমাৰক তেওঁৰ প্ৰথম ঐতিহাসিক ভাৰত ভ্ৰমণৰ সময়ত উষ্ম আদৰণি জনায়। এই ভ্ৰমণত তেওঁক ব্ৰিটেইনৰ সৰ্ববৃহৎ বাণিজ্যিক প্ৰতিনিধি দলে সংগ দিছে।প্ৰধানমন্ত্ৰীয়ে ৮-৯ অক্টোবৰত মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব
October 07th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮-৯ অক্টোবৰত মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰী নৱী মুম্বাইত উপস্থিত হ’ব আৰু আবেলি প্ৰায় ৩ বজাত তেখেতে নৱ-নিৰ্মিত নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পৰিদৰ্শন কৰিব। ইয়াৰ পিছত প্ৰায় ৩:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধনৰ লগতে মুম্বাইৰ ভিন্ন প্ৰকল্পৰ শুভাৰম্ভ আৰু উৎসৰ্গা কৰিব। তেখেতে লগতে সমবেতসকলক সম্বোধন কৰিব।ভাৰত আৰু গ্ৰেট ব্ৰিটেইনৰ ব্যৱসায়িক মুৰব্বীসকলৰ সৈতে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক
July 24th, 07:38 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু গ্ৰেট ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ছাৰ কেইৰ ষ্টাৰমাৰে ঐতিহাসিক ভাৰত– ব্ৰিটেইনৰ ব্যাপক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি [চিইটিএ] স্বাক্ষৰ কৰাৰ পিছত আজি ভাৰত আৰু ব্ৰিটেইনৰ ব্যৱসায়িক মুৰব্বীসকলক সাক্ষাৎ কৰে। বৈঠকত স্বাস্থ্য, ঔষধ, ৰত্ন আৰু গহনা, অ’টোমোবাইল, শক্তি, উৎপাদন, টেলিকম, প্ৰযুক্তি, আই টি, লজিষ্টিক, বস্ত্ৰশিল্প আৰু বিত্তীয় সেৱা খণ্ডৰ দুয়োপক্ষৰ অগ্ৰণী উদ্যোগৰ মুৰব্বীসকল উপস্থিত থাকে। এই খণ্ডসমূহে দুয়োখন দেশৰ নিয়োগ সৃষ্টি আৰু সৰ্বাংগীন অৰ্থনৈতিক উন্নয়নত যথেষ্ট অৰিহণা যোগায়।ভাৰত-ইউকে ভিজন ২০৩৫
July 24th, 07:12 pm
ভাৰত আৰু যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰীয়ে, ২০২৫ চনৰ ২৪ জুলাইত লণ্ডনত হোৱা তেওঁলোকৰ বৈঠকৰ সময়ত নতুন ভাৰত-ইউকে ভিজন ২০৩৫ৰ প্ৰতি সমৰ্থন আগবঢ়ায় যিয়ে এক পুনৰুজ্জীৱিত অংশীদাৰিত্বৰ সম্পূৰ্ণ সম্ভাৱনা মুকলি কৰাৰ বাবে তেওঁলোকৰ উমৈহতীয়া প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে। এই উচ্চাকাংক্ষী আৰু ভৱিষ্যৎ-কেন্দ্ৰিক চুক্তিয়ে দুয়োখন দেশৰ পাৰস্পৰিক বৃদ্ধি, সমৃদ্ধিৰ বাবে একেলগে কাম কৰাৰ লগতে দ্ৰুত গোলকীয় পৰিৱৰ্তনৰ এই সময়ত এখন সমৃদ্ধিশালী, নিৰাপদ আৰু বহনক্ষম পৃথিৱী গঢ় দিয়াৰ সংকল্প আলোকপাত কৰে।গ্ৰেট ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
July 24th, 04:20 pm
প্ৰথমে প্ৰধানমন্ত্ৰী ষ্টাৰমাৰক তেওঁৰ উষ্ম আদৰণিৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। আজি আমাৰ সম্পৰ্কৰ এক ঐতিহাসিক দিন। বহু বছৰৰ কঠোৰ পৰিশ্ৰমৰ অন্তত আজি দুয়োখন দেশৰ মাজত সৰ্বাংগীন অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি সম্পাদিত হোৱাত মই সুখী অনুভৱ কৰিছোঁ।ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰে সৈতে বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
July 24th, 04:00 pm
এই আদৰণিৰ বাবে, এই ভব্য সন্মানৰ বাবে আৰু আজি আমি চেকাৰ্ছত এক নতুন ইতিহাস সৃষ্টি কৰিবলৈ ওলাইছো আৰু ভাৰত আৰু ব্ৰিটেইনে একেলগে নতুন ইতিহাসৰ ভেটি গঢ়িছে।গ্ৰেট ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰে প্ৰধানমন্ত্ৰীৰ বৈঠক
July 24th, 03:59 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২৩-২৪ জুলাই, ২০২৫লৈ গ্ৰেট ব্ৰিটেইন ভ্ৰমণৰ সময়ত গ্ৰেট ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ছাৰ কেইৰ ষ্টাৰমাৰৰ সৈতে বৈঠকত মিলিত হয়। বাকিংহামশ্বাৰৰ চেকাৰছত থকা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে তেওঁক প্ৰধানমন্ত্ৰী ষ্টাৰমাৰে উষ্ম আদৰণি জনায়। দুয়োগৰাকী নেতাই পাৰস্পৰিক বৈঠকৰ লগতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাতো মিলিত হয়।PM Modi arrives in London, United Kingdom
July 24th, 12:15 pm
Prime Minister Narendra Modi arrived in United Kingdom a short while ago. In United Kingdom, PM Modi will hold discussions with UK PM Starmer on India-UK bilateral relations and will also review the progress of the Comprehensive Strategic Partnership.ব্ৰিটেইন আৰু মালদ্বীপ ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি
July 23rd, 01:05 pm
ভাৰত আৰু ব্ৰিটেইনে এক ব্যাপক কৌশলগত অংশীদাৰীত্ব কৰিছে, যিয়ে শেহতীয়া বছৰবোৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। আমাৰ সহযোগিতা বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, উদ্ভাৱন, প্ৰতিৰক্ষা, শিক্ষা, গৱেষণা, বহনক্ষমতা, স্বাস্থ্য আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰত বিস্তাৰিত। মাননীয় প্ৰধানমন্ত্ৰী চাৰ কেইৰ ষ্টাৰমাৰৰ সৈতে হ’বলগীয়া বৈঠকত আমি দুয়োখন দেশত সমৃদ্ধি, বিকাশ আৰু কৰ্মসংস্থাপন সৃষ্টিৰ লক্ষ্যৰে পৰস্পৰৰ অৰ্থনৈতিক অংশীদাৰিত্ব অধিক বৃদ্ধি কৰাৰ সুযোগ পাম। এই ভ্ৰমণকালত মই মহামান্য ৰজা তৃতীয় চাৰ্লছক সাক্ষাৎ কৰিবলৈও আগ্ৰহী।প্ৰধানমন্ত্ৰীৰ গ্ৰেট ব্ৰিটেইন আৰু মালদ্বীপ ভ্ৰমণ (২৩ – ২৬ জুলাই, ২০২৫)
July 20th, 10:49 pm
২৩–২৬ জুলাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰিটেইন আৰু মালদ্বীপ ভ্ৰমণ কৰিব।প্ৰধানমন্ত্ৰী ষ্টাৰমাৰৰ সৈতে তেওঁ ব্যাপক আলোচনা কৰাৰ লগতে তেওঁলোকে চিএছপিৰ অগ্ৰগতিও পৰ্যালোচনা কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে ২৬ জুলাইত মালদ্বীপৰ স্বাধীনতাৰ ৬০বছৰীয়া জয়ন্তী উদযাপনত ‘সন্মানীয় অতিথি’ হিচাপে উপস্থিত থাকিব। মালদ্বীপৰ ৰাষ্ট্ৰপতি মুইজুক সাক্ষাৎ কৰি পাৰস্পৰিক স্বাৰ্থজড়িত বিষয়ত আলোচনা কৰিব।জি-৭ সন্মিলনত যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰীৰে মত-বিনিময় প্ৰধানমন্ত্ৰীৰ
June 18th, 02:55 pm
১৭ জুন, ২০২৫-ত কানাডাৰ কানানাস্কিছত অনুষ্ঠিত ৫১ সংখ্যক জি-৭ সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামহিম কীৰ ষ্টাৰমাৰৰ সৈতে মত-বিনিময় কৰে। শ্ৰী মোদীয়ে কয় যে ভাৰত আৰু যুক্তৰাজ্যৰ সম্পৰ্ক সুদৃঢ় হৈ উঠিছে, এয়া আমি সামৰি লোৱা বাণিজ্য আৰু ব্যৱসায়িক ক্ষেত্ৰখনত প্ৰতিফলিত হৈছে।Rt Hon David Lammy, Foreign Secretary of the United Kingdom calls on Prime Minister Shri Narendra Modi
June 07th, 07:39 pm
Rt Hon David Lammy, Foreign Secretary of the United Kingdom called on Prime Minister Shri Narendra Modi today.