কুমুদিনী লখিয়াৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
April 12th, 03:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কুমুদিনী লখিয়াৰ মৃত্যুত শোক প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁক এগৰাকী অসাধাৰণ সাংস্কৃতিক আদৰ্শ হিচাপে উল্লেখ কৰে, যাৰ কথক আৰু ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ প্ৰতি থকা আবেগ তেওঁৰ উল্লেখযোগ্য কৰ্মত প্ৰতিফলিত হৈছিল।