কৰ্ণাটকৰ কাৰৱাৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
July 09th, 02:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ উত্তৰ কানাড়া জিলাৰ কাৰৱাৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানি হোৱা সকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে।কৰ্ণাটকৰ কাৰৱাৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকললৈ শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
May 24th, 06:51 pm
কৰ্ণাটকৰ কাৰৱাৰ জিলাত আজি সংঘটিত এটা মৰ্মান্তিক দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। এই দুৰ্ঘটনাত আপোনজনক হেৰুওৱাসকললৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনায়।