তামিলনাডুৰ কাৰুৰত ৰাজনৈতিক সভাত দুৰ্ভাগ্যজনক ঘটনাৰ বলি হোৱা পীড়িতসকলক পিএমএনআৰএফৰ অধীনত এককালীন সাহাৰ্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

September 28th, 12:03 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ কাৰুৰত অনুষ্ঠিত ৰাজনৈতিক সভাত সংঘটিত দুৰ্ভাগ্যজনক ঘটনাত মৃত্যু হোৱা প্ৰতিজন ব্যক্তিৰ নিকাত্মীয়ক পিএমএনআৰএফৰ অধীনত ২ লাখ টকাকৈ আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ এককালীন সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰে।