কাৰ্তিক পূৰ্ণিমা আৰু দেৱ দীপাৱলী উপলক্ষ্যে সকলোকে শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে
November 05th, 10:08 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কাৰ্তিক পূৰ্ণিমা আৰু দেৱ দীপাৱলী উপলক্ষে সকলোকে শুভেচ্ছা জনাইছে। ভাৰতীয় সংস্কৃতি আৰু আধ্যাত্মিকতাৰ সৈতে জড়িত এই ঐশ্বৰিক অনুষ্ঠানটোৱে সকলোৰে বাবে সুখ, শান্তি, স্বাস্থ্য, আৰু সমৃদ্ধি কঢ়িয়াই আনক। পৱিত্ৰ স্নান, দান, আৰতি, আৰু পূজাৰ সৈতে জড়িত আমাৰ পবিত্ৰ পৰম্পৰাই সকলোৰে জীৱন আলোকিত কৰক, শ্ৰী মোদীয়ে কয়।