প্ৰধানমন্ত্ৰীয়ে কানাড়া ৰাজ্যোৎসৱ উপলক্ষে শুভেচ্ছা জনাইছে
November 01st, 12:44 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কানাড়া ৰাজ্যোৎসৱ উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।‘কৰ্ণাটক ৰাজ্যোত্সৱ’ উপলক্ষে নাগৰিকসকললৈ শুভকামনা জনালে প্ৰধানমন্ত্ৰীয়ে
November 01st, 09:51 am
‘কৰ্ণাটক ৰাজ্যোত্সৱ’ উপলক্ষে ৰাজ্যখনৰ নাগৰিকসকললৈ শুভকামনা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।