মহামহিম ৰাজকুমাৰ কৰিম আগা খান-চতুৰ্থৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক
February 05th, 04:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহামহিম ৰাজকুমাৰ কৰিম আগা খান-চতুৰ্থৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে তেওঁক এগৰাকী দূৰদৰ্শী ব্যক্তি হিচাপে প্ৰশংসা কৰে, যিয়ে সেৱা আৰু আধ্যাত্মিকতাৰ প্ৰতি নিজৰ জীৱন উৎসৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে স্বাস্থ্য, শিক্ষা, গ্ৰামোন্নয়ন আৰু মহিলা সৱলীকৰণৰ দৰে ক্ষেত্ৰত তেওঁৰ অৱদানৰো প্ৰশংসা কৰে।