লেহত ‘তথাগতাৰ পবিত্ৰ ধ্বংসাৱশেষৰ পবিত্ৰ প্ৰদৰ্শন’ উদ্বোধন কৰি আনন্দিত প্ৰধানমন্ত্ৰী
May 02nd, 06:59 pm
বুদ্ধ পূৰ্ণিমা উপলক্ষে কালি লেহত অনুষ্ঠিত ‘তথাগতাৰ পবিত্ৰ ধ্বংসাৱশেষৰ পবিত্ৰ প্ৰদৰ্শন’ উদ্বোধন কৰি আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অপৰিসীম আনন্দ প্ৰকাশ কৰে।৩ জানুৱাৰীত ভগৱান বুদ্ধ সম্পৰ্কীয় পবিত্ৰ পিপ্ৰহোৱা ধ্বংসাৱশেষৰ গ্ৰেণ্ড আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
January 01st, 05:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ৩ জানুৱাৰী তাৰিখে পুৱা প্ৰায় ১১ বজাত নতুন দিল্লীৰ ৰায় পিথোৰা সাংস্কৃতিক কমপ্লেক্সত “ দ্য লাইট এণ্ড দ্য লোটাছঃ ৰেলিকছ অব দ্য ৱাকেণ্ড ৱান ” শীৰ্ষক ভগৱান বুদ্ধৰ সৈতে জড়িত পবিত্ৰ পিপ্ৰহোৱা ধ্বংসাৱশেষৰ গ্ৰেণ্ড আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী উদ্বোধন কৰিব।