Assam’s progress is giving new momentum to entire Northeast: PM Modi in Guwahati

March 13th, 05:30 pm

PM Modi inaugurated and laid foundation stones for development projects worth around ₹19,480 crore in Guwahati, Assam. He transferred more than ₹18,000 crore under the PM Kisan Samman Nidhi scheme to Annadatas across the nation and distributed land pattas to tea plantation workers in Assam. He noted that the progress of Assam is giving new momentum to the entire North East and is emerging as a model state for the nation.

PM Modi launches various development works in Guwahati, Assam

March 13th, 05:00 pm

PM Modi inaugurated and laid foundation stones for development projects worth around ₹19,480 crore in Guwahati, Assam. He transferred more than ₹18,000 crore under the PM Kisan Samman Nidhi scheme to Annadatas across the nation and distributed land pattas to tea plantation workers in Assam. He noted that the progress of Assam is giving new momentum to the entire North East and is emerging as a model state for the nation.

Prime Minister Narendra Modi to visit Assam

March 12th, 05:33 pm

PM Modi will visit Assam on 13-14 March 2026. During the visit, the PM will inaugurate, dedicate to the nation, lay foundation stones, perform Bhoomi Poojan and flag off multiple development projects worth more than ₹47,600 crore across Kokrajhar, Guwahati and Silchar. In Guwahati, the PM will distribute land pattas to tea garden workers and will also release the 22nd installment of the PM-KISAN scheme.

অসমৰ গুৱাহাটীত কুমাৰ ভাস্কৰ বৰ্মা সেতু উদ্বোধন প্ৰধানমন্ত্ৰীৰ

February 14th, 07:20 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত কুমাৰ ভাস্কৰ বৰ্মা সেতু উদ্বোধন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই দলংখন গুৱাহাটী আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহৰ বাবে এক অতি গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্প। ইয়াৰ জৰিয়তে সংযোগ, আৰাম আৰু বাণিজ্য যথেষ্ট বৃদ্ধি পাব। ইয়াৰ দ্বাৰা ভক্তসকলে অতি সহজে কামাখ্যা মন্দিৰলৈ যাব পাৰিব, শ্ৰী মোদীয়ে লগতে কয়।

Congress wants to push Assam back into instability and infiltration: PM Modi in Guwahati

February 14th, 03:00 pm

PM Modi addressed a massive public rally in Guwahati, where he said the recent Union Budget has further strengthened the vision of the BJP-NDA for the development of Assam and the North East. Calling the North East “Ashtalakshmi,” he said the region was ignored for decades by Congress but is now being served with dedication.

PM Modi addresses a grand public rally in Guwahati, Assam

February 14th, 02:30 pm

PM Modi addressed a massive public rally in Guwahati, where he said the recent Union Budget has further strengthened the vision of the BJP-NDA for the development of Assam and the North East. Calling the North East “Ashtalakshmi,” he said the region was ignored for decades by Congress but is now being served with dedication.

১৭-১৮ জানুৱাৰীত অসম ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ

January 16th, 02:51 pm

১৭ জানুৱাৰীত সন্ধিয়া প্ৰায় ৬ বজাত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত পৰম্পৰাগত বড়ো সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

অসমৰ গুৱাহাটীত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল ভৱন উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

December 20th, 03:20 pm

মোৰ ভাষণ আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে এটা অনুৰোধ জনাইছো যে আজি এই বিজয়ৰ দিনটো এক অৰ্থত উন্নয়নৰ উদযাপনৰ দিন, কেৱল অসমেই নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে । সেয়ে আপোনালোকক মোবাইল ফোন উলিয়াই, টৰ্চ জ্বলাই, উন্নয়নৰ এই উদযাপনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছো। সকলোৰে মোবাইল ফোন জ্বলিব লাগে আৰু সমগ্ৰ দেশে গুঞ্জৰিত হাতচাপৰিৰ মাজেৰে দেখিব যে অসমে উন্নয়নৰ উদযাপন কৰিছে। উন্নয়নৰ পোহৰ যেতিয়া সকলোৰে কাষত উপনীত হয় তেতিয়া জীৱনৰ প্ৰতিটো পথেই নতুন উচ্চতাত উপনীত হ’বলৈ আৰম্ভ কৰে। সকলোকে বহুত বহুত ধন্যবাদ।

অসমৰ গুৱাহাটীত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

December 20th, 03:10 pm

অসমৰ সংযোগ, অৰ্থনৈতিক সম্প্ৰসাৰণ আৰু বিশ্বজোৰা সংযোগৰ ক্ষেত্ৰত এক পৰিৱৰ্তনশীল মাইলৰ খুঁটি হিচাবে চিহ্নিত কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৱাহাটীত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰে।

গুৱাহাটীত এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন, ২০২৫ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ

February 25th, 11:10 am

পূব ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলত আজিৰেপৰা এক নতুন ভৱিষ্যতৰ আৰম্ভ হ’ব। এডভান্টেজ আছাম হৈছে সমগ্ৰ বিশ্বক অসমৰ সম্ভাৱনা আৰু প্ৰগতিৰ সৈতে সংযোগ কৰাৰ এক বৃহৎ অভিযান। ইতিহাস সাক্ষী যে ইয়াৰ পূৰ্বেও ভাৰতৰ সমৃদ্ধিৰ ক্ষেত্ৰত পূব ভাৰতে এটি মুখ্য ভূমিকা পালন কৰিছিল। আজি ভাৰত উন্নয়নৰ দিশে ধাৱমান হোৱাৰ সময়তে আকৌ এবাৰ পূব ভাৰত, আমাৰ উত্তৰ-পূৰ্বাঞ্চলে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছে। মই এডভান্টেজ অসমক এই মনোভাৱৰ প্ৰতিফলন হিচাপে প্ৰত্যক্ষ কৰিছোঁ। এই বিশাল অনুষ্ঠান আয়োজনৰ বাবে অসম চৰকাৰ আৰু হিমন্ত ডাঙৰীয়াৰ সমগ্ৰ টীমটোক অভিনন্দন জনাইছোঁ। মোৰ আজি মনত পৰিছে, ২০১৩ত মই নিৰ্বাচনী প্ৰচাৰৰ বাবে অসম ভ্ৰমণ কৰোঁতে, এখন সভাত মোৰ মনৰপৰা মাত্ৰ এটা শব্দ ওলাই আহিছিল। মই তেতিয়া কৈছিলোঁ, জনসাধাৰণে বৰ্ণমালা পঢ়োঁতে “এ ফৰ আছাম” বুলি ক’বলৈ বেছি দিন নাই।

এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন ২০২৫ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

February 25th, 10:45 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ গুৱাহাটীত এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন-২০২৫ উদ্বোধন কৰে। অনুষ্ঠানত উপস্থিত সকলো গণ্যমান্য ব্যক্তিক আদৰণি জনাই শ্ৰী মোদীয়ে কয়, “পূব ভাৰত আৰু উত্তৰ-পূব ভাৰতে আজি ভৱিষ্যতৰ এক নতুন যাত্ৰাত অগ্ৰসৰ হৈছে আৰু এডভাণ্টেজ আছাম হৈছে অসমৰ অবিশ্বাস্য সম্ভাৱনা আৰু প্ৰগতি বিশ্বৰ সৈতে সংযোগ কৰাৰ এক বৃহৎ পদক্ষেপ।” তেওঁ লগতে কয় যে ভাৰতৰ সমৃদ্ধিৰ ক্ষেত্ৰত পূব ভাৰতৰ মূল ভূমিকা সম্পৰ্কে ইতিহাস সাক্ষী। প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে, “আজি আমি উন্নত ভাৰতৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে পূব ভাৰত আৰু উত্তৰ-পূবৰ দেশসমূহে নিজৰ প্ৰকৃত সম্ভাৱনা প্ৰদৰ্শন কৰিব।” এডভাণ্টেজ আছামে একে মনোভাৱক প্ৰতিনিধিত্ব কৰে বুলি উল্লেখ কৰি এই বৃহৎ অনুষ্ঠান আয়োজন কৰাৰ বাবে ­অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰীক অভিনন্দন জ্ঞাপন কৰে। তেওঁ ২০১৩ চনৰ বক্তব্য স্মৰণ কৰে, যেতিয়া তেওঁ কৈছিল যে ‘এ ফৰ আছাম’-এ মান্যতাৰ পোৱাৰ সেই দিন বেছি দূৰত নহয়৷

Today, we champion the Act East Policy, driving forward the region's development: PM Modi in Agartala

April 17th, 05:22 pm

In Agartala, Tripura, Prime Minister Narendra Modi electrified the crowd ahead of the 2024 Lok Sabha Elections. With unwavering zeal, he unveiled the Viksit vision for the North East, promising growth encapsulated in BJP’s Sankalp Patra. Emphasizing the region's integral role in the nation, PM Modi reaffirmed the commitment to uplift the North East, resonating deeply with the people of Tripura.

PM Modi addresses a dynamic crowd at a public meeting in Agartala, Tripura

April 17th, 01:45 pm

In Agartala, Tripura, Prime Minister Narendra Modi electrified the crowd ahead of the 2024 Lok Sabha Elections. With unwavering zeal, he unveiled the Viksit vision for the North East, promising growth encapsulated in BJP’s Sankalp Patra. Emphasizing the region's integral role in the nation, PM Modi reaffirmed the commitment to uplift the North East, resonating deeply with the people of Tripura.

In the next 5 years, 3 crore more new houses will be built for poor: PM Modi in Nalbari

April 17th, 11:31 am

Prime Minister Narendra Modi today addressed a massive crowd at a public meeting in Nalbari, Assam. PM Modi extended his heartfelt greetings to everyone on the occasion of Bohag Bihu. Addressing the huge gathering, he said, “Today marks the historic occasion of Ram Navami. After a wait of 500 years, Lord Ram has finally graced his magnificent temple. Today, the nation witnesses the culmination of centuries of devotion and the sacrifices of generations.”

PM Modi addresses a cheerful crowd at a public meeting in Nalbari, Assam

April 17th, 11:07 am

Prime Minister Narendra Modi today addressed a massive crowd at a public meeting in Nalbari, Assam. PM Modi extended his heartfelt greetings to everyone on the occasion of Bohag Bihu. Addressing the huge gathering, he said, “Today marks the historic occasion of Ram Navami. After a wait of 500 years, Lord Ram has finally graced his magnificent temple. Today, the nation witnesses the culmination of centuries of devotion and the sacrifices of generations.”

ঝাৰখণ্ডৰ সিন্দ্ৰিত বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 01st, 11:30 am

ঝাৰখণ্ডৰ ৰাজ্যপালন শ্ৰী চি. পি ৰাধাকৃষ্ণণ জী, মুখ্যমন্ত্ৰী শ্ৰী চম্পাই চোৰেন জী, মোৰ কেবিনেট সতীৰ্থ অৰ্জুন মুণ্ডা জী, বিধানসভাৰ বিৰোধী দলপতি, অন্যান্যা বিশিষ্ট ব্যক্তিসকল আৰু ঝাৰখণ্ডৰ মোৰ ভাই-ভনীসকল, সকলোকে নমস্কাৰ।

ঝাৰখণ্ডৰ ধানবাদত ৩৫,৭০০ কোটি টকাৰো অধিক ব্যয় সাপেক্ষ এলানি উন্নয়নমূলক প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা কৰাৰ লগতে বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে

March 01st, 11:04 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ ধানবাদৰ সিন্দ্ৰীত ৩৫,৭০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে এলানি প্ৰকল্প দেশবাসীক উৎসৰ্গা কৰে। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহে সাৰ, ৰে'ল, বিদ্যুৎ আৰু কয়লাৰ ক্ষেত্ৰসমূহক সামৰি লৈছে। শ্ৰী মোদীয়ে এইচইউআৰএল-ৰ আৰ্হি তথা চিন্দ্ৰি প্ৰকল্পৰ নিয়ন্ত্ৰণ কক্ষ পদব্ৰজে পৰিদৰ্শন কৰে ।

গুৱাহাটীত বিভিন্ন প্ৰকল্পৰ উদ্বোধন, উৎসৰ্গা তথা আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

February 04th, 12:00 pm

অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া জী, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাজী, মন্ত্ৰীসভাত থকা মোৰ সহকৰ্মী সৰ্বানন্দ সোণোৱাল জী, ৰামেশ্বৰ তেলী জী, অসম চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়কসকল, বিভিন্ন পৰিষদৰ মুৰব্বী আৰু মোৰ মৰমৰ ভাই-ভনীসকল!

অসমৰ গুৱাহাটীত ১১,০০০ কোটি টকা ব্যয় সাপেক্ষ উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

February 04th, 11:30 am

এইউপলক্ষেসভাত আগবঢ়োৱাভাষণত প্ৰধানমন্ত্ৰীয়ে আজি মা কামাখ্যাৰ আশীৰ্বাদত ১১,০০০ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ বাবে অসমত উপস্থিত থাকিবলৈপাই কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ কয় যে আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে দক্ষিণ-পূব এছিয়াৰ চুবুৰীয়া দেশসমূহৰ সৈতে অসমৰ সংযোগ বৃদ্ধি কৰাৰ লগতে পৰ্যটন খণ্ডত কৰ্মসংস্থাপন বৃদ্ধি কৰিব আৰুৰাজ্যখনৰ ক্ৰীড়া প্ৰতিভাৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহে ৰাজ্যখনৰ চিকিৎসা শিক্ষা আৰু স্বাস্থ্যসেৱা খণ্ডৰ সম্প্ৰসাৰণকৰিববুলিও তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহৰৰ বাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰাৰ লগতে কালি সন্ধিয়া উপস্থিত হোৱাৰ সময়ত গুৱাহাটীবাসীয়েজনোৱা উষ্ম আদৰণিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

PM Modi offers prayers at Kamakhya Temple in Assam

April 08th, 12:21 pm