আফশ্লুইটডাইক বান্ধ পৰিদৰ্শন প্ৰধানমন্ত্ৰীৰ
May 17th, 03:38 pm
নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মাননীয় ৰব জেটেনৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেদাৰলেণ্ডৰ ঐতিহাসিক জল ব্যৱস্থাপনা গাঁথনি আফশ্লুইটডাইক বান্ধ পৰিদৰ্শন কৰে।May 17th, 03:38 pm
নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মাননীয় ৰব জেটেনৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেদাৰলেণ্ডৰ ঐতিহাসিক জল ব্যৱস্থাপনা গাঁথনি আফশ্লুইটডাইক বান্ধ পৰিদৰ্শন কৰে।