কাকোৰী কাণ্ডৰ শতবাৰ্ষিকীত দেশপ্ৰেমিক ভাৰতীয়ৰ সাহসৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

August 09th, 02:59 pm

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি কাকোৰী কাণ্ডৰ শতবাৰ্ষিকী উপলক্ষ্যে সেই কাণ্ডত অংশগ্ৰহণ কৰা ভাৰতীয়সকলৰ শৌৰ্য্য তথা দেশপ্ৰেমৰ মনোভাবৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

আমাৰ যুৱপ্ৰজন্মই সকলো ক্ষেত্ৰতে দেশক গৌৰৱান্বিত কৰিছে: মন কী বাতত প্ৰধানমন্ত্ৰী

July 31st, 11:30 am

বন্ধুসকল, ৩১ জুলাই, অৰ্থাৎ আজিৰ দিনটোতে আমি সকলো দেশবাসীয়ে শ্বহীদ উধম সিংজীৰ বলিদানক নমস্কাৰ জনাও। মই আন সকলো মহান বিপ্লৱীলৈ মোৰ নম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো যিসকলে দেশৰ বাবে তেওঁলোকৰ সকলো ত্যাগ কৰিছে।