অবিশ্বাস্য ভক্তি! প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিবলৈ অপেক্ষা কৰি ১৪ বছৰ খালী ভৰিৰে খোজ কাঢ়িলে হাৰিয়ানাৰ ব্যক্তিয়ে

April 14th, 06:04 pm

আজি যমুনানগৰত এখন ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানাৰ কাইথালৰ শ্ৰী ৰামপাল কাশ্যপক সাক্ষাৎ কৰে। চৈধ্য বছৰ আগতে শ্ৰী কাশ্যপে এটা প্ৰতিজ্ঞা কৰিছিল – নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱালৈকে আৰু তেওঁক ব্যক্তিগতভাৱে লগ নোপোৱালৈকে তেওঁ জোতা নিপিন্ধে।

হাৰিয়ানাৰ কৈথালত পথ দুৰ্ঘটনাত নিহতসকলৰ বাবে আগবঢ়োৱা এককালীন অনুদানলৈ অনুমোদন জনাইছে প্ৰধানমন্ত্ৰীয়ে

October 12th, 05:09 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ কৈথালত সংঘটিত দুৰ্ঘটনাত নিহতসকলৰ নিকটাত্মীয়লৈ ‘পিএমএনআৰএফ’-ৰ পৰা ২ লাখকৈ টকা আৰু আহতসকলৰ বাবে ৫০,০০০ টকাৰ অনুদানলৈ অনুমোদন জনাইছে।

হাৰিয়ানাৰ কাইথালত সংঘটিত পথ দুৰ্ঘটনাত ভালেমান লোকৰ প্ৰাণহানি, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ শোক প্ৰকাশ

October 12th, 01:48 pm

হাৰিয়ানাৰ কাইথালত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ঘটনাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰাৰ লগতে নিহত লোকসকললৈ শ্ৰদ্ধা নিবেদন কৰে।