প্ৰাক্তন সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

January 07th, 07:07 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত কবিন্দ্ৰ পুৰকায়স্থৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে।