২৫ নৱেম্বৰত কুৰুক্ষেত্ৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
November 24th, 12:44 pm
প্ৰধানমন্ত্ৰীয়ে বিয়লি প্ৰায় ৪ বজাত ভগৱান কৃষ্ণৰ পবিত্ৰ শঙ্খৰ সন্মানাৰ্থে নিৰ্মাণ কৰা নৱনিৰ্মিত 'পাঞ্চজন্য' উদ্বোধন কৰিব। ইয়াৰ পাছত, তেওঁ মহাভাৰত অনুভৱ কেন্দ্ৰ ভ্ৰমণ কৰিব। এয়া হৈছে এক জীৱন্ত পৰীক্ষামূলক কেন্দ্ৰ য'ত মহাভাৰতৰ গুৰুত্বপূৰ্ণ ঘটনাসমূহ বৰ্ণনা কৰি ইয়াৰ স্থায়ী সাংস্কৃতিক আৰু আধ্যাত্মিক গুৰুত্বৰ ওপৰত আলোকপাত কৰা বিভিন্ন বিষয় সংলগ্ন কৰা হৈছে।১৬ ফেব্ৰুৱাৰীত হাৰিয়ানাৰ ৰেৱাৰী ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
February 15th, 03:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ ফেব্ৰুৱাৰী, ২০২৪ তাৰিখে হাৰিয়ানাৰ ৰেৱাৰী ভ্ৰমণ কৰিব। দুপৰীয়া প্ৰায় ১:১৫ বজাত তেওঁ নগৰ পৰিবহন, স্বাস্থ্য, ৰে'ল আৰু পৰ্যটন খণ্ড সম্পৰ্কীয় ৯৭৫০ কোটি অধিক টকা বিনিয়োগসাপেক্ষ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন-উচৰ্গা কৰাৰ লগতে কেবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।