মহাকুম্ভৰ সমৰণিৰ পিছত প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ সোমনাথ মন্দিৰ দৰ্শন কৰে
March 02nd, 08:32 pm
প্ৰয়াগৰাজত মহাকুম্ভৰ সমৰণিৰ পিছত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ সোমনাথ মন্দিৰ দৰ্শন কৰে। তেওঁ মন্তব্য কৰে যে মন্দিৰে আমাৰ সংস্কৃতিৰ কালজয়ী ঐতিহ্য আৰু প্ৰতাপ প্ৰকাশিত কৰে।১২ জুলাইত দেওঘৰ আৰু পাটনা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
July 09th, 09:35 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ জুলাই, ২০২২ত দেওঘৰ আৰু পাটনা ভ্ৰমণ কৰিব।প্ৰায় ১:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে দেওঘৰত ১৬,০০০ কোটি টকাতকৈ অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলাও স্থাপন কৰিব। ইয়াৰ পিছত প্ৰায় ২:৪০ বজাত তেওঁ বাৰটা জ্যোতিৰ্লিংগৰ ভিতৰত অন্যতম বাবা বৈদ্যনাথ মন্দিৰ দৰ্শন কৰাৰ লগতে পূজা অৰ্চনা কৰিব। সন্ধিয়া প্ৰায় ৬ বজাত প্ৰধানমন্ত্ৰীয়ে পাটনাত বিহাৰ বিধানসভাৰ শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠানত ভাষণ আগবঢ়াব।