এছিয়ান গেমছত মহিলাৰ ১০০ মিটাৰ হৰ্ডলছত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে এথলীট জ্যোতি য়াৰ্ৰাজীক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে

October 01st, 11:21 pm

‘এছিয়ান গে’মছ’ত মহিলাৰ ‘১০০ মিটাৰ হৰ্ডলছ’ত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে খেলুৱৈ জ্যোতি য়াৰ্ৰাজীক অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।