জুনিয়ৰ এছিয়া কাপ,২০২৪ত জয় কৰাৰ বাবে ভাৰতীয় পুৰুষ জুনিয়ৰ হকী দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

December 05th, 10:44 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জুনিয়ৰ এছিয়া কাপ, ২০২৪ত জয়ৰ বাবে ভাৰতীয় পুৰুষ জুনিয়ৰ হকী দলক অভিনন্দন জ্ঞাপন কৰিছে।