The strong foundation of Viksit Rajasthan is giving more strength to the resolution of Viksit Bharat: PM Modi
March 07th, 03:15 pm
PM Modi addressed the foundation stone-laying ceremony of the Kota Airport, calling it a day of new hope for Kota. He remarked that enhanced air connectivity would bring global tourists to the region, benefiting people. Listing the major infrastructure progress around the Kota region, he lauded Kota MP and Lok Sabha Speaker Om Birla for his dedication to the region’s development and his role in Parliament.PM Modi lays Foundation Stone of Kota Airport; Highlights transformation of Hadoti Region
March 07th, 02:45 pm
PM Modi addressed the foundation stone-laying ceremony of the Kota Airport, calling it a day of new hope for Kota. He remarked that enhanced air connectivity would bring global tourists to the region, benefiting people. Listing the major infrastructure progress around the Kota region, he lauded Kota MP and Lok Sabha Speaker Om Birla for his dedication to the region’s development and his role in Parliament.Prime Minister Narendra Modi to visit Rajasthan
February 27th, 03:35 pm
PM Modi will visit Ajmer, Rajasthan on 28 February 2026 and launch projects worth over ₹16,680 crore. Aiming to prevent cervical cancer, the PM will launch a nationwide campaign for HPV vaccination for girls aged 14 years. During the visit, he will distribute more than 21,800 appointment letters to newly recruited youth in various Government departments and organisations in Rajasthan.যোধপুৰত ৰাজস্থান উচ্চ ন্যায়ালয়ৰ প্লেটিনাম জুবিলী উদযাপনত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
August 25th, 05:00 pm
অনুষ্ঠানত উপস্থিত ৰাজস্থানৰ ৰাজ্যপাল শ্ৰীযুত হৰিভাও কৃষ্ণৰাও বাগড়ে জী, ৰাজস্থানৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মা, ন্যায়াধীশ শ্ৰী সঞ্জীৱ খান্না জী, দেশৰ আইন মন্ত্ৰী শ্ৰীযুত অৰ্জুন ৰাম মেঘৱাল জী, ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শ্ৰীযুত মনিন্দ্ৰ মোহন শ্ৰীবাস্তৱ জী, আন সকলো সন্মানীয় বিচাৰক, ন্যায় জগতৰ সকলো গণ্যমান্য ব্যক্তি, উপস্থিত থকা ভদ্ৰমহিলা আৰু সুধীসকল!ৰাজস্থানৰ যোধপুৰত ৰাজস্থান উচ্চ ন্যায়ালয়ৰ প্লেটিনাম জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত ভাষণ প্ৰদান প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
August 25th, 04:30 pm
আজি ৰাজস্থানৰ যোধপুৰত ৰাজস্থান উচ্চ ন্যায়ালয়ৰ প্লেটিনাম জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ দিয়ে। তেওঁ লগতে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ সংগ্ৰহালয়ো উদ্বোধন কৰে।২৫ আগষ্টত মহাৰাষ্ট্ৰ আৰু ৰাজস্থান ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
August 24th, 02:54 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ আগষ্টত মহাৰাষ্ট্ৰৰ জলগাঁও আৰু ৰাজস্থানৰ যোধপুৰ ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১১:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে ‘লাখপতি দিদি সন্মিলন’ত অংশগ্ৰহণ কৰিব। আবেলি প্ৰায় ৪:৩০ বজাত তেওঁ যোধপুৰত ৰাজস্থান উচ্চ ন্যায়ালয়ৰ প্লেটিনাম জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।Congress loves its vote bank more than interest of people: PM Modi in Jodhpur
October 05th, 12:21 pm
Prime Minister Narendra Modi addressed a public meeting at Jodhpur in Rajasthan today. The PM began his address by saying that he had already prepared a special gift from Delhi. He said, “Only yesterday the BJP government has decided that now the beneficiary sisters of Ujjwala will get gas cylinders from the central government for only Rs 600. Before Dussehra and Diwali, Ujjwala cylinder has been made cheaper by Rs 100 more.”PM Modi addresses public meeting at Jodhpur in Rajasthan
October 05th, 12:20 pm
Prime Minister Narendra Modi addressed a public meeting at Jodhpur in Rajasthan today. The PM began his address by saying that he had already prepared a special gift from Delhi. He said, “Only yesterday the BJP government has decided that now the beneficiary sisters of Ujjwala will get gas cylinders from the central government for only Rs 600. Before Dussehra and Diwali, Ujjwala cylinder has been made cheaper by Rs 100 more.”ৰাজস্থানৰ যোধপুৰত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ
October 05th, 11:54 am
মঞ্চত উপবিষ্ট ৰাজস্থানৰ ৰাজ্যপাল শ্ৰীযুত কলৰাজ মিশ্ৰ জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহকৰ্মী তথা এই ভূমিৰ সেৱক ভাই গজেন্দ্ৰ সিং শ্বেখাৱত, কৈলাশ চৌধুৰী, ৰাজস্থান চৰকাৰৰ মন্ত্ৰী ভাই ভজনলাল, সাংসদ তথা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি শ্ৰীযুত চি পি যোশী জী, আমাৰ আন সাংসদসকল, সকলো জনপ্ৰতিনিধি, দেৱী আৰু সজ্জনসকল!প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানৰ যোধপুৰত প্ৰায় ৫০০০ কোটি টকা ব্যায়সাপেক্ষ একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে
October 05th, 11:30 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ যোধপুৰত প্ৰায় ৫০০০ কোটি টকা ব্যয়সাপেক্ষ পথ, ৰে'ল, বিমান, স্বাস্থ্য আৰু উচ্চ শিক্ষাৰ দৰে খণ্ডৰ একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশবাসীলৈ উৎসৰ্গা কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে যোধপুৰৰ এইমছত ৩৫০ বিচনা যুক্ত ট্ৰমা চেণ্টাৰ আৰু ক্ৰিটিকেল কেয়াৰ হস্পিটেল ব্লক, পিএম-এবিএইচআইএমৰ অধীনত ৭ টা গুৰুত্বপূৰ্ণ কেয়াৰ ব্লকৰ আধাৰশিলা স্থাপন আৰু যোধপুৰ বিমানবন্দৰত নতুন টাৰ্মিনেল ভৱনৰ বিকাশ। তেওঁ আই আই টি যোধপুৰ চৌহদ আৰু আন্তঃগাঁথনি উন্নীতকৰণ ৰাজস্থানৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়লৈ উৎসৰ্গিত কৰে। প্ৰধানমন্ত্ৰীয়ে একাধিক পথ উন্নয়ন প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে আৰু ১৪৫ কিলোমিটাৰ দৈৰ্ঘৰ ডেগানা-ৰায় কা বাগৰ দ্বৈতকৰণ আৰু ৫৮ কিলোমিটাৰ দৈৰ্ঘৰ ডেগানা-কুচামান চিটি ৰে'ল লাইনকে ধৰি আন দুটা ৰে'ল প্ৰকল্প উৎসৰ্গা কৰে। মোদীয়ে ৰাজস্থানত ৰুনিচা এক্সপ্ৰেছ নামৰ দুখন নতুন ৰে'ল সেৱাৰ শুভাৰম্ভ কৰে। ই হৈছে জয়চালমেৰক দিল্লীৰ সৈতে সংযোগ কৰা আৰু মাৰৱাৰ জংচন-খাম্বলী ঘাটক সংযোগ কৰা এখন নতুন ঐতিহ্যবাহী ৰে'ল।৫ অক্টোবৰত ৰাজস্থান আৰু মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
October 04th, 09:14 am
প্ৰায় ১১:১৫ বজাত ৰাজস্থানৰ যোধপুৰত প্ৰধানমন্ত্ৰীয়ে পথ, ৰে’ল, বিমান পৰিবহণ, স্বাস্থ্য আৰু উচ্চ শিক্ষাৰ দৰে খণ্ডত প্ৰায় ৫,০০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ নামত উচৰ্গা কৰিব। বিয়লি প্ৰায় ৩:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশৰ জবলপুৰত উপস্থিত হ’ব, য’ত তেওঁ পথ, ৰে’ল, গেছ পাইপলাইন, গৃহ নিৰ্মাণ আৰু বিশুদ্ধ খোৱাপানীৰ সৈতে জড়িত ১২,৬০০ কোটিতকৈ অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু দেশবাসীৰ নামত উচৰ্গা কৰিব৷৭-৮ জুলাইত ৪খন ৰাজ্যক সামৰি ভ্ৰমণ আৰু প্ৰায় ৫০,০০০ কোটি টকা মূল্যৰ প্ৰকল্প ৰাষ্ট্ৰৰ নামত উচৰ্গা আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
July 05th, 11:48 am
৭ জুলাইত ৰায়পুৰত পুৱা ১০-৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন প্ৰকল্প উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব। তাৰ পিছত দিনৰ ২-৩০ বজাত উত্তৰ প্ৰদেশৰ গোৰখপুৰত গীতা প্ৰেছৰ শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তেওঁ গোৰখপুৰ ৰে’ল ষ্টেচনৰ পৰা বন্দে ভাৰত এক্সপ্ৰেছৰ যাত্ৰা আৰম্ভ কৰিব। সন্ধিয়া ৫ বজাত বাৰাণসীত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব শ্ৰী মোদীয়ে। এই উপলক্ষে তেওঁ বাৰাণসীত একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।The biggest scam of the Congress party was that of ‘poverty eradication’ or ‘Garibi Hatao’ 50 years ago: PM Modi
May 10th, 02:23 pm
Seeking the blessings of ‘Maa Amba’, ‘Arbuda Mata’ and ‘Lord Dattatreya’ PM Modi began his address at a public meeting in Abu Road. Referring to the region of Mount Abu as the epitome of penance, PM Modi said, “Mount Abu encourages a lot of tourists to visit this place and hence this has made it a hub for tourism.”PM Modi addresses a public meeting in Abu Road, Rajasthan
May 10th, 02:21 pm
Seeking the blessings of ‘Maa Amba’, ‘Arbuda Mata’ and ‘Lord Dattatreya’ PM Modi began his address at a public meeting in Abu Road. Referring to the region of Mount Abu as the epitome of penance, PM Modi said, “Mount Abu encourages a lot of tourists to visit this place and hence this has made it a hub for tourism.”ৰাজস্থানৰ নাথদ্বাৰাত একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন/উৎসৰ্গাৰে প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
May 10th, 12:01 pm
ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী কলৰাজ মিশ্ৰ জী, মোৰ বন্ধু আৰু মুখ্যমন্ত্ৰী শ্ৰী অশোক গেহলট জী, বিধানসভাৰ অধ্যক্ষ শ্ৰী চি পি যোশী জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰী শ্ৰী ভজন লাল জাটভ জী, সংসদত মোৰ সতীৰ্থ তথা ৰাজস্থান বিজেপিৰ সভাপতি শ্ৰী চন্দ্ৰ প্ৰকাশ যোশী জী, সংসদত মোৰ সতীৰ্থ ভগ্নী দীয়াকুমাৰী জী, সংসদত মোৰ সতীৰ্থ শ্ৰী কনকমল কটাৰা জী, সাংসদ শ্ৰী অৰ্জুনলাল মীনা জী, এই অনুষ্ঠানত উপস্থিত আন সকলো গণ্যমান্য ব্যক্তি আৰু ৰাজস্থানৰ মোৰ মৰমৰ ভাই-ভনীসকল।ৰাজস্থানৰ নাথদ্বাৰত ৫৫০০ কোটি টকাতকৈ অধিক মূল্যৰ ৰাষ্ট্ৰীয় আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ নামত উচৰ্গা প্ৰধানমন্ত্ৰীৰ
May 10th, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ নাথদ্বাৰত ৫৫০০ কোটি টকাতকৈ অধিক মূল্যৰ আন্তঃগাঁথনি প্ৰকল্প আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে৷ এই উন্নয়ন প্ৰকল্পসমূহে অঞ্চলটোৰ আন্তঃগাঁথনি আৰু যোগাযোগ ব্যৱস্থাক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে য’ত ৰে’ল আৰু পথ প্ৰকল্পই সামগ্ৰী আৰু সেৱাৰ চলাচলত সহায় কৰিব, যাৰ ফলত ব্যৱসায়-বাণিজ্য বৃদ্ধি পাব আৰু অঞ্চলটোৰ জনসাধাৰণৰ আৰ্থ-সামাজিক অৱস্থা উন্নত হ’ব।ৰাজস্থানৰ যোধপুৰত সংঘটিত মৰ্মান্তিক চিলিণ্ডাৰ বিস্ফোৰণৰ পিছত পিএমএনআৰএফৰপৰা এক্স-গ্ৰেচিয়া ঘোষণা প্ৰধানমন্ত্ৰীৰ
December 16th, 06:11 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ যোধপুৰত সংঘটিত মৰ্মান্তিক চিলিণ্ডাৰ বিস্ফোৰণত নিহত প্ৰতিগৰাকীৰ নিকট আত্মীয়লৈ পিএমএনআৰএফৰপৰা ২ লাখ টকা আৰু আহতসকললৈ ৫০,০০০ টকাৰ এক্স-গ্ৰেচিয়া ঘোষণা কৰিছে।ৰাজস্থানত বাছ-টেংকাৰৰ সংঘৰ্ষত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক
November 10th, 02:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ বাৰ্মেৰ-যোধপুৰ ঘাইপথত বাছ-টেংকাৰৰ সংঘৰ্ষত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷ শ্ৰী মোদীয়ে লগতে পীড়িতসকলৰ প্ৰতি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহাৰ্য পূঁজি (পিএমএনআৰএফ)ৰ পৰা এককালীন সাহাৰ্যতো অনুমোদন জনাইছে৷ৰাজস্থানৰ যোধপুৰত দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক
March 14th, 10:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ যোধপুৰত এক পথ দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷ এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়, “ৰাজস্থানৰ যোধপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ পাই অতিশয় দুঃখিত হৈছো৷” তেওঁ দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে৷Last five years have shown that it is indeed possible to successfully run an honest, transparent government: PM Modi
April 22nd, 04:16 pm
Speaking at a rally in Rajasthan’s Udaipur, PM Modi said, “The last five years have shown the country that it is indeed possible to successfully run an honest, transparent and people-oriented government in India.”