জেএমএমৰ উৎকোচৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ প্ৰশংসা প্ৰধানমন্ত্ৰী

March 04th, 01:52 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জেএমএমৰ উৎকোচৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ প্ৰশংসা কৰিছে৷