২৮ মাৰ্চত প্ৰধানমন্ত্ৰীৰ উত্তৰ প্ৰদেশ ভ্ৰমণ
March 26th, 09:52 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ২৮ মাৰ্চত উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব। দিনৰ প্ৰায় ১১.৩০ বজাত তেওঁ গৌতম বুদ্ধ নগৰৰ জেৱাৰত অৱস্থিত নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল ভৱনৰ মাজেৰে খোজ কাঢ়ি যাব। তাৰ পিছত দুপৰীয়া প্ৰায় ১২ বজাত প্ৰধানমন্ত্ৰীয়ে নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰথম পৰ্যায়টো উদ্বোধন কৰিব আৰু এই উপলক্ষে এক ৰাজহুৱা সভাত ভাষণ আগবঢ়াব।ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে কোটা বিমানবন্দৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 07th, 03:15 pm
মই যোৱা সপ্তাহত ৰাজস্থান ভ্ৰমণৰ সুযোগ পাইছিলো। আজমেৰৰ পবিত্ৰ ভূমিৰ পৰা আমি কেইবা হাজাৰ কোটি টকা মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰাজি উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিছিলো। সেই একেটা কাৰ্য্যসূচীতে ৰাজস্থানৰ ২১ হাজাৰৰো অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছিল। আৰু এতিয়া আজমেৰ ভ্ৰমণৰ মাত্ৰ কেইদিনমান পিছতে আজি কোটাৰ এই গুৰুত্বপূৰ্ণ বিমানবন্দৰ প্ৰকল্পটো আৰম্ভ কৰাৰ সৌভাগ্য লাভ কৰিছো। এসপ্তাহৰ ভিতৰতে ৰাজস্থানৰ এই দুই বৃহৎ উন্নয়ন কাৰ্য্যসূচীয়ে এক শক্তিশালী বাৰ্তা প্ৰদান কৰিছে। এইসমূহে আজি ৰাজস্থান দ্ৰুতগতিত আগবাঢ়ি যোৱাটোকে প্ৰদৰ্শিত কৰিছে। আন্তঃগাঁথনিয়েই হওক, যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগেই হওক, কৃষক-মহিলা সকলৰ বাবে আঁচনিয়েই হওক বা প্ৰতিটো খণ্ডৰ পদক্ষেপেই হওক- সমগ্ৰ ৰাজস্থানত কাম-কাজ অতি বেগেৰে সম্পন্ন হৈ আছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কোটা বিমানবন্দৰৰ আধাৰশিলা স্থাপনেৰে হাডোটি অঞ্চলৰ ৰূপান্তৰৰ ওপৰত আলোকপাত কৰে
March 07th, 02:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে কোটা বিমানবন্দৰৰ আধাৰশিলা স্থাপন অনুষ্ঠান সম্বোধন কৰি ইয়াক হাডোটি অঞ্চলৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন কাৰ্য্য বুলি অভিহিত কৰে। “ৰাজস্থান অভূতপূৰ্ব গতিৰে আগবাঢ়িছে, নতুন বিমানবন্দৰটো অৰ্থনৈতিক আৰু ঔদ্যোগিক বিকাশৰ অনুঘটক হিচাপে পৰিগণিত হ’ব”, শ্ৰী মোদীয়ে কয়।উত্তৰ প্ৰদেশৰ বাৰাণসীত একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ
October 20th, 04:54 pm
মঞ্চত উপস্থিত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, প্ৰযুক্তিৰ জৰিয়তে এই অনুষ্ঠানত অংশ লোৱা আন ৰাজ্যৰ সন্মানীয় ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকল, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহযোগী শ্ৰীযুত নাইডু জী, উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু ব্ৰজেশ পাঠক জী, ৰাজ্য চৰকাৰৰ অন্যান্য মন্ত্ৰীসকল, সাংসদ, আৰু বিধায়ক, তথা বেনাৰসৰ মোৰ প্ৰিয় ভাই-ভনীসকল!উত্তৰ প্ৰদেশৰ বাৰাণসীত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে বিভিন্ন পদক্ষেপৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
October 20th, 04:15 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বাৰাণসীত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। এই পদক্ষেপসমূহৰ ভিতৰত আছে অঞ্চলটোৰ অতিৰিক্ত উন্নয়নমূলক প্ৰচেষ্টাৰ সমান্তৰালভাৱে মুঠ ৬,১০০ কোটি টকাৰ বিভিন্ন বিমানবন্দৰ প্ৰকল্প।For us, infrastructure is not about 'Rajniti', it is a part of 'Rashtra Niti': PM Modi
November 25th, 01:06 pm
Prime Minister Narendra Modi laid the foundation Stone of Noida International Airport, Uttar Pradesh. He said, The new India of the 21st century is building one of the best modern infrastructure today. Better roads, better rail network, better airports are not just infrastructure projects but they transform the entire region, transforming people's lives completely.PM Modi lays the foundation Stone of Noida International Airport, Uttar Pradesh
November 25th, 01:01 pm
Prime Minister Narendra Modi laid the foundation Stone of Noida International Airport, Uttar Pradesh. He said, The new India of the 21st century is building one of the best modern infrastructure today. Better roads, better rail network, better airports are not just infrastructure projects but they transform the entire region, transforming people's lives completely.PM to lay the foundation stone of Noida International Airport on November 25
November 23rd, 09:29 am
Uttar Pradesh is poised to become the only state in India to have five international airports, as Prime Minister Shri Narendra Modi will lay the foundation stone of the Noida International Airport (NIA) in Jewar, Gautam Buddha Nagar, Uttar Pradesh on 25 November, 2021 at 1 PM.