ইষ্টাৰৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
April 05th, 09:02 am
ইষ্টাৰ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে।গুড ফ্ৰাইডে উপলক্ষে সমন্বয় আৰু সহানুভূতিৰ মূল্যবোধৰ ওপৰত আলোকপাত প্ৰধানমন্ত্ৰীৰ
April 03rd, 09:38 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে গুড ফ্ৰাইডে'ই আমাক যীচু খ্ৰীষ্টৰ বলিদানৰ কথা মনত পেলাই দিয়ে।বৰদিন উপলক্ষে সকলোকলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপণ
December 25th, 09:10 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে শান্তি, সহানুভূতি আৰু আশাৰে ভৰা আনন্দময় বৰদিনৰ শুভেচ্ছা জনাইছে। ‘যীচু খ্ৰীষ্টৰ শিক্ষাই আমাৰ সমাজত সম্প্ৰীতি শক্তিশালী কৰক’, শ্ৰী মোদীয়ে কয়।প্ৰধানমন্ত্ৰীয়ে গুড ফ্ৰাইডে উপলক্ষে দয়া আৰু কৰুণাৰ মূল্যবোধক আলোকপাত কৰে
April 18th, 09:42 am
গুড ফ্ৰাইডেৰ শুভক্ষণত, আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যীচু খ্ৰীষ্টৰ মহান বলিদানৰ ওপৰত নিজৰ চিন্তা ব্যক্ত কৰে। তেওঁ জোৰ দি কয় যে এই দিনটোৱে আমাক জীৱনত দয়া, মমতা আৰু উদাৰতা গ্ৰহণ কৰিবলৈ সোঁৱৰাই দিয়ে।