বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছ ২০২২ত স্বৰ্ণ পদক জয় কৰাৰ বাবে ভাৰোত্তোলক জেৰেমি লালৰিনুংগাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
July 31st, 08:35 pm
বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছ ২০২২ত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে ভাৰোত্তোলক জেৰেমি লালৰিনুংগাক অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।