ফলাফলৰ তালিকা: প্ৰধানমন্ত্ৰীৰ ছৌদি আৰৱ ভ্ৰমণ

ফলাফলৰ তালিকা: প্ৰধানমন্ত্ৰীৰ ছৌদি আৰৱ ভ্ৰমণ

April 23rd, 02:25 am

ভাৰত-চৌদি আৰব কৌশলগত অংশীদাৰিত্ব পৰিষদৰ দ্বিতীয়খন নেতৃবৰ্গৰ বৈঠক ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী আৰু ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স আৰু প্ৰধানমন্ত্ৰী হিজ ৰয়েল হাইনেছ প্ৰিন্স মহম্মদ বিন ছালমানে ২০২৫ চনৰ ২২ এপ্ৰিলত জেদ্দাত অনুষ্ঠিত হয়। পৰিষদে এছপিচিৰ অধীনত ৰাজনৈতিক, প্ৰতিৰক্ষা, নিৰাপত্তা, বাণিজ্য, বিনিয়োগ, শক্তি, প্ৰযুক্তি, কৃষি, সংস্কৃতি আৰু দুয়োখন দেশৰ জনসাধাৰণৰ সম্পৰ্কক সামৰি লোৱা বিভিন্ন সমিতি, উপসমিতি আৰু কৰ্মগোটৰ কাম-কাজৰ পৰ্যালোচনা কৰে। আলোচনাৰ অন্তত দুয়োগৰাকী নেতাই কাৰ্য্যবিৱৰণীত স্বাক্ষৰ কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ মুছলিম ৱৰ্ল্ড লীগৰ মহাসচিবৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ মুছলিম ৱৰ্ল্ড লীগৰ মহাসচিবৰ

April 23rd, 02:23 am

মুছলিম ৱৰ্ল্ড লীগৰ মহাসচিব শ্বেইখ ড° মহম্মদ বিন আব্দুলকাৰীম আল ইছাই আজি জেদ্দাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। জম্মু-কাশ্মীৰত সংঘটিত ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দি এই ঘটনাত নিহত নিৰীহ লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে।

ৰাজকুমাৰ তথা ছৌদি আৰৱৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ আৰু ভাৰত-চৌদি আৰব কৌশলগত অংশীদাৰিত্ব পৰিষদৰ সহ-অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ

ৰাজকুমাৰ তথা ছৌদি আৰৱৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ আৰু ভাৰত-চৌদি আৰব কৌশলগত অংশীদাৰিত্ব পৰিষদৰ সহ-অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ

April 23rd, 02:20 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ এপ্ৰিল, ২০২৫ত চৌদি আৰৱ ভ্ৰমণ কৰে। জেদ্দাৰ ৰয়েল পেলেচত চৌদি আৰৱৰ ৰাজকুমাৰ আৰু প্ৰধানমন্ত্ৰী প্ৰিন্স মহম্মদ বিন ছলমানে প্ৰধানমন্ত্ৰীক আনুষ্ঠানিকভাৱে আদৰণি জনায়।

চৌদি আৰৱৰ জেদ্দাত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

April 22nd, 04:29 pm

ৰাজকুমাৰ মহম্মদ বিন ছলমানৰ আমন্ত্ৰণত চৌদি আৰৱৰ জেদ্দাত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী। বিশেষ সন্মানেৰে চৌদি বায়ুসেনাৰ জেট বিমানে প্ৰধানমন্ত্ৰী মোদীৰ বিমানখন ছৌদি আকাশমাৰ্গত প্ৰৱেশ কৰাৰ সময়ত সুৰক্ষা বেষ্টনীৰে জেদ্দালৈ লৈ যায়। জেদ্দাত প্ৰধানমন্ত্ৰী মোদীক ভব্য আদৰণি জনোৱা হয়। তেওঁ চৌদি আৰৱত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

চৌদি আৰৱলৈ চৰকাৰী ভ্ৰমণসূচী লৈ যোৱাৰ প্ৰাকমুহূৰ্তত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা বিবৃতি

April 22nd, 08:30 am

আজি মহামহিম যুৱৰাজ তথা প্ৰধানমন্ত্ৰী মহম্মদ বিন ছলমানৰ আমন্ত্ৰণত মই চৌদিলৈ দুদিনীয়া চৰকাৰী ভ্ৰমণসূচী লৈ যাত্ৰা আৰম্ভ কৰিছোঁ।

World Marks Fourth International Day of Yoga with Immense Enthusiasm

June 21st, 03:04 pm

The fourth International Day of Yoga was marked world over with immense enthusiasm. Yoga training camps, sessions and seminars were held in large numbers throughout the globe to further the reach of yoga and educate people about benefits of making yoga a part of daily routine.

India was earlier “one of the countries” in the world but now it is a “very important country”: PM Modi

April 02nd, 08:59 pm



PM visits L&T workers' residential complex in Riyadh

April 02nd, 08:58 pm