শ্ৰী যশপাল ৰাণাৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
June 12th, 10:48 am
শ্ৰী মোদীয়ে কয় যে শ্বুটিঙত অসাধাৰণ সাফল্যৰ জৰিয়তে ৰাষ্ট্ৰলৈ তেওঁ অপৰিসীম গৌৰৱ কঢ়িয়াই আনিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এজন পৰামৰ্শদাতা হিচাপে তেওঁৰ অৱদানৰ সমান্তৰালকৈ অতি নিষ্ঠাৰে তেওঁ যুৱ খেলুৱৈসকলক গঢ় দিয়াৰ লগতে তেওঁলোকক পথ প্ৰদৰ্শন কৰিছিল । তেওঁ উল্লেখ কৰে যে উৎকৃষ্টতা, অনুশাসন আৰু ক্ৰীড়া জগতৰ প্ৰতি সেৱাৰ প্ৰতি তেওঁৰ অটল দায়বদ্ধতাই তেওঁক অপৰিসীম প্ৰশংসাৰ পাত্ৰ হিচাপে গঢ়ি তুলিছিল।