ভগৱান স্বামীনাৰায়ণৰ শিক্ষাপত্ৰীৰ দ্বিশতবাৰ্ষিকী উদযাপন মহোৎসৱত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
January 23rd, 02:12 pm
আজি আমি সকলোৱে এটা বিশেষ অনুষ্ঠানৰ সাক্ষী হোৱাৰ সৌভাগ্য লভিছো। আমাৰ সকলোৰে বাবে এক সৌভাগ্যৰ বিষয় যে ভগৱান স্বামীনাৰায়ণৰ ২০০ বছৰীয়া শিক্ষাপত্রীৰ দ্বিশতবাৰ্ষিকী উদযাপনৰ এই পবিত্ৰ উৎসৱত আমি সকলোৱে অংশগ্ৰহণকাৰী হৈ পৰিছো। এই পুণ্যকালত সকলো সাধুকে প্ৰণাম জনাইছো। ভগৱান স্বামীনাৰায়ণৰ কোটি কোটি অনুগামীক দ্বিশতবাৰ্ষিকী উৎসৱত অভিনন্দন জনাইছো।শিক্ষাপত্রী দ্বিশতাব্দী মহোৎসৱত ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
January 23rd, 02:00 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শিক্ষাপত্রী দ্বিশতাব্দী মহোৎসৱত ভিডিঅ’ বাৰ্তাৰ যোগেদি ভাষণ প্ৰদান কৰে। এই উপলক্ষ্যে ভাষণ আগবঢ়াই শ্ৰী মোদীয়ে কয় যে আজি সকলোৱে ভগৱান স্বামীনাৰায়ণৰ শিক্ষাপত্ৰীৰ ২০০ বছৰ পূৰ্ণ হোৱা উপলক্ষ্যে আজিৰ এই বিশেষ অনুষ্ঠানৰ সাক্ষী হৈছে। তেওঁ দৃঢ়তাৰে কয় যে দ্বিশতিবাৰ্ষিকী উদযাপনৰ এই পবিত্ৰ অনুষ্ঠানৰ অংশ হ’বলৈ পোৱাটো সকলোৰে বাবে এক সৌভাগ্যৰ মুহূৰ্ত। এই পূণ্য মুহূৰ্তত সকলো সাধুক প্ৰণাম জনাই শ্ৰী মোদীয়ে ভগৱান স্বামীনাৰায়ণৰ কোটি কোটি অনুগামীক দ্বিশতবাৰ্ষিকী উৎসৱত শুভেচ্ছা জনায়।দেশৰ ভিতৰতে প্ৰথমখন ‘হৰ ঘৰ জল’ প্ৰমাণিত জিলা হোৱাৰ বাবে মধ্যপ্ৰদেশৰ বুৰহানপুৰৰ নাগৰিক সকলক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰীয়ে
July 22nd, 09:43 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ভিতৰতে প্ৰথমখন হৰ ঘৰ জল প্ৰমাণিত জিলা হোৱাৰ বাবে মধ্যপ্ৰদেশৰ বুৰহানপুৰৰ নাগৰিকসকলক অভিনন্দন জ্ঞাপন কৰিছে।২ অক্টোবৰত জল জীৱন অভিযান সন্দৰ্ভত গ্ৰাম পঞ্চায়ত আৰু পানী সমিতিসমূহৰ সৈতে মত-বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে
October 01st, 12:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২ অক্টোবৰ, ২০২১ ৰ দিনৰ ১১ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে জল জীৱন অভিযান সন্দৰ্ভত গ্ৰাম পঞ্চায়ত আৰু পানী সমিতি/ গাঁও পানী আৰু অনাময় কমিটি (VWSC) সমূহৰ সৈতে মত-বিনিময় কৰিব।‘বৰষুণৰ পানী সঞ্চয়’ অভিযানৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
March 22nd, 12:06 pm
‘বিশ্ব জল দিৱস’ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘জল শক্তি অভিযান : বৰষুণ ধৰো আহক’ শীৰ্ষক সজাগতা কাৰ্যক্ৰমৰ শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ‘কেন বেটৱা সংযোগী প্ৰকল্প’ৰ বাবে কেন্দ্ৰীয় জল শক্তি বিভাগৰ মন্ত্ৰীগৰাকীৰ সৈতে মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীদ্বয়ে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ দানো কৰে। নদী-সংযোগীকৰণ সন্দৰ্ভত এইটো হ’ল দেশৰ প্ৰথমটো ‘ৰাষ্ট্ৰীয় পৰিপ্ৰেক্ষ পৰিযোজনা’। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ৰাজস্থান, উত্তৰাখণ্ড, কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ ‘সৰপঞ্চ’সকলৰ সৈতেও বাৰ্তালাপ কৰে।‘বিশ্ব জল দিৱস’ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে শুভৰম্ভ কৰিলে ‘জল শক্তি অভিযান: বৰষুণ ধৰো আহক’ শীৰ্ষক সজাগতামূলক কাৰ্যক্ৰম
March 22nd, 12:05 pm
‘বিশ্ব জল দিৱস’ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘জল শক্তি অভিযান : বৰষুণ ধৰো আহক’ শীৰ্ষক সজাগতা কাৰ্যক্ৰমৰ শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ‘কেন বেটৱা সংযোগী প্ৰকল্প’ৰ বাবে কেন্দ্ৰীয় জল শক্তি বিভাগৰ মন্ত্ৰীগৰাকীৰ সৈতে মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীদ্বয়ে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ দানো কৰে। নদী-সংযোগীকৰণ সন্দৰ্ভত এইটো হ’ল দেশৰ প্ৰথমটো ‘ৰাষ্ট্ৰীয় পৰিপ্ৰেক্ষ পৰিযোজনা’। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ৰাজস্থান, উত্তৰাখণ্ড, কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ ‘সৰপঞ্চ’সকলৰ সৈতেও বাৰ্তালাপ কৰে।২২ মাৰ্চত ‘জলশক্তি অভিযানঃ বৰষুণক ধৰক’ শীৰ্ষক অভিযানৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে
March 21st, 12:54 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ মাৰ্চৰ দুপৰীয়া ১২.৩০ বজাত বিশ্ব জল দিৱস উপলক্ষে ভিডিঅ’ কনফাৰেন্সিংযোগে ‘জলশক্তি অভিযানঃ বৰষুণক ধৰক’ শীৰ্ষক অভিযানৰ শুভাৰম্ভ কৰিব৷ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত জল শক্তি মন্ত্ৰী আৰু মধ্যপ্ৰদেশ আৰু উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ মাজত কেন বেটৱা সংযোগী প্ৰকল্প ৰূপায়ণৰ বাবে এক ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হ’ব৷ ৰাষ্ট্ৰীয় উদ্দেশ্যে নদীসমূহৰ আন্তঃসংযোগী পৰিকল্পনা কৰা এয়া হৈছে দেশৰ প্ৰথমটো প্ৰকল্প৷