
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাৰ
January 06th, 07:43 pm
আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা শ্ৰী জেক ছুলিভানে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। তেওঁলোকে যোৱা চাৰি বছৰত ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যাপক গোলকীয় কৌশলগত অংশীদাৰিত্বত বিশেষকৈ প্ৰযুক্তি, প্ৰতিৰক্ষা, মহাকাশ, অসামৰিক পাৰমাণৱিক, পৰিষ্কাৰ শক্তি, ছেমিকণ্ডাক্টৰ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰত হোৱা উল্লেখযোগ্য অগ্ৰগতিৰ ইতিবাচক মূল্যায়ন কৰে।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাৰ
June 17th, 07:44 pm
আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভানে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।