২০২৫ চনৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ৫৭ কেজি ওজন শাখাত সোণ জয় কৰা বক্সাৰ জয়ছমিন লেম্বোৰিয়াক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে
September 14th, 07:44 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীয় বক্সাৰ জয়ছমিন লেম্বোৰিয়াক বিশ্ব বক্সিং চেম্পিয়নশ্বিপ ২০২৫ত ৫৭ কেজি ওজন শাখাত উল্লেখযোগ্য বিজয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰে।