মহিলাৰ ৬০কিলোগ্ৰাম শাখাৰ বক্সিং-ত ব্ৰঞ্জৰ পদক বিজেতা জেছমিনক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

August 06th, 10:06 pm

‘কমনৱেল্থ ক্ৰীড়া সমাৰোহ ২০২২’ত মহিলাৰ ৬০কিলোগ্ৰাম শাখাৰ বক্সিং-ত ব্ৰঞ্জৰ পদক বিজেতা জেছমিনক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে।