বাসৱ জয়ন্তীত জগৎগুৰু বাসবেশ্বৰলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
April 20th, 09:43 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাসৱ জয়ন্তী উপলক্ষে জগৎগুৰু বাসবেশ্বৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।‘বাসৱা জয়ন্তী’ত ‘জগতগুৰু’ বাসৱেশ্বৰালৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
April 30th, 09:33 am
‘বাসৱা জয়ন্তী’ৰ শুভ উপলক্ষত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্র মোদীয়ে ‘জগতগুৰু’ বাসৱেশ্বৰাৰ গভীৰ জ্ঞান আৰু শাশ্বত উত্তৰাধিকাৰিত্বলৈ শ্ৰদ্ধা নিৱেদন কৰে। দ্বাদশ শতিকাৰ দাৰ্শনিক আৰু সমাজ সংস্কাৰকগৰাকীক স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত প্ৰেৰণ কৰা এলানি ‘প'ষ্ট’ত উল্লেখ কৰিছে:বাসৱ জয়ন্তীৰ পৱিত্ৰ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে জগদগুৰু বাসবেশ্বৰৰ সন্মুখত শিৰ দোৱায়
April 23rd, 09:47 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাসৱ জয়ন্তীৰ পৱিত্ৰ উপলক্ষে জগদগুৰু বাসবেশ্বৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে এটা ভিডিঅ' ক্লিপৰ জৰিয়তে জগদগুৰু বাসবেশ্বৰ সন্দৰ্ভতো তেওঁৰ মতামত জ্ঞাপন কৰে।বসব জয়ন্তীত জগতগুৰু বসবেশ্বৰলৈ শ্ৰদ্ধাৰ্ঘ্য প্ৰধানমন্ত্ৰীৰ
May 03rd, 11:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বসব জয়ন্তীৰ পৱিত্ৰ উপলক্ষত জগতগুৰু বসবেশ্বৰলৈ শ্ৰদ্ধা নিবেদন কৰিছে।বাসৱ জয়ন্তী উপলক্ষে জগতগুৰু বাসৱেশ্বৰাক প্ৰণিপাত প্ৰধানমন্ত্ৰীৰ
May 14th, 10:10 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাসৱ জয়ন্তী উপলক্ষে জগতগুৰু বাসৱেশ্বৰাক প্ৰণিপাত জনাইছে৷