Joint Statement on the visit of PM Modi to the Hashemite Kingdom of Jordan
December 16th, 03:56 pm
At the invitation of HM King Abdullah II, PM Modi visited Jordan on December 15-16, 2025. Both the leaders positively assessed the multi-faceted India-Jordan relations that span across various areas of cooperation including political, economic, defence, security, culture and education among others. They also appreciated the excellent cooperation between the two sides at the bilateral level and in multilateral forums.Prime Minister Meets Italy’s Deputy Prime Minister and Minister of Foreign Affairs and International Cooperation, Mr. Antonio Tajani
December 10th, 10:50 pm
Prime Minister Shri Narendra Modi today met Italy’s Deputy Prime Minister and Minister of Foreign Affairs and International Cooperation, Mr. Antonio Tajani.২০২৫ চনৰ জি-২০ শীৰ্ষ সন্মিলনৰ সময়তে ইটালীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
November 23rd, 09:44 pm
ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা জি-২০ শীৰ্ষ সন্মিলনৰ সময়তে ইটালী গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী জৰ্জিয়া মেল’নিৰ সৈতে বৈঠকত মিলিত হয় । চলিত বৰ্ষৰ জুন মাহৰ আৰম্ভণিতে কানাডাৰ কানানাস্কিছত অনুষ্ঠিত হোৱা জি-৭ শীৰ্ষ সন্মিলনৰ আঁৰত দুয়োগৰাকী নেতাই মত বিনিময় কৰে।২৫ ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৱৰ্ল্ড ফুড ইণ্ডিয়া ২০২৫ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
September 24th, 06:33 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত সন্ধিয়া প্ৰায় ৬:১৫ বজাত বিশ্ব খাদ্য ভাৰত ২০২৫ত অংশগ্ৰহণ কৰিব। লগতে এই উপলক্ষে তেওঁ ৰাজহুৱা সভাত ভাষণ আগবঢ়াব।জি-৭ সন্মিলনৰ আঁৰত ইটালীৰ প্ৰধানমন্ত্ৰীৰে মিলিত প্ৰধানমন্ত্ৰী
June 18th, 02:59 pm
১৭ জুন, ২০২৫-ত কানাডাৰ কানানাস্কিছত অনুষ্ঠিত ৫১ সংখ্যক জি-৭ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ইটালীৰ প্ৰধানমন্ত্ৰী মহামহিম জিঅৰ্জিয়া মেলোনিৰে মিলিত হয়। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে ইটালীৰ সৈতে ভাৰতৰ বন্ধুত্ব অধিক গভীৰ হৈ থাকিব, ইয়াৰ ফলশ্ৰুতিত আমাৰ জনসাধাৰণ বহুখিনি লাভান্বিত হ’ব।When growth is driven by aspirations, it becomes inclusive and sustainable: PM Modi at Rising Bharat Summit
April 08th, 08:30 pm
PM Modi addressed the News18 Rising Bharat Summit. He remarked on the dreams, determination, and passion of the youth to develop India. The PM highlighted key initiatives, including zero tax on income up to ₹12 lakh, 10,000 new medical seats and 6,500 new IIT seats, 50,000 new Atal Tinkering Labs and over 52 crore Mudra Yojana loans. The PM congratulated the Parliament for enacting Waqf law.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘নিউজ১৮ ৰাইজিং ভাৰত সন্মিলন’ত ভাষণ দিয়ে
April 08th, 08:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ‘ভাৰত মণ্ডপম’ত অনুষ্ঠিত ‘নিউজ১৮ ৰাইজিং ভাৰত সন্মিলন’ত ভাষণ দিয়ে। সমবেত সকলক সম্বোধন কৰি তেওঁ এই সন্মিলনৰ জৰিয়তে ভাৰত আৰু সমগ্ৰ বিশ্বৰ সন্মানীয় অতিথিসকলৰ সৈতে সংযোগ স্থাপনৰ সুযোগ প্ৰদান কৰাৰ বাবে ‘নেটৱৰ্ক১৮’লৈ কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ ভাৰতৰ যুৱপ্ৰজন্মৰ আশা-আকাংক্ষাৰ প্ৰতি এই বছৰৰ সন্মিলনে গুৰুত্ব প্ৰদান কৰা কথাক প্ৰশংসা কৰে। ‘ভাৰত মণ্ডপম’ত স্বামী বিবেকানন্দ জয়ন্তী উপলক্ষে চলিত বৰ্ষৰ আৰম্ভণিতে অনুষ্ঠিত 'বিকশিত ভাৰত যুৱ নেতা আলাপ'ৰ তাৎপৰ্যৰ কথা উল্লেখ কৰি তেওঁ ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে যুৱসকলৰ সপোন, সংকল্প আৰু আবেগ সন্দৰ্ভত মন্তব্য কৰে। তেওঁ ২০৪৭ চনৰ ভিতৰত ভাৰতৰ প্ৰগতিৰ পথ-পৰিকল্পনা যুগুতোৱাত গুৰুত্ব আৰোপ কৰি কয় যে প্ৰতিটো পদক্ষেপত নিৰন্তৰ আলোচনাই মূল্যৱান অন্তৰ্দৃষ্টি লাভ কৰিব। তেওঁ উল্লেখ কৰে যে এই অন্তৰ্দৃষ্টিয়ে ‘অমৃত কালৰ প্ৰজন্ম’ক শক্তি, নিৰ্দেশনা আৰু গতি ত্বৰান্বিত কৰিব। তেওঁ সন্মিলনৰ বাবে অভিনন্দন আৰু সফলতাৰ কামনাৰে শুভেচ্ছা জ্ঞাপন কৰে।বিশেষ অলিম্পিক বিশ্ব শীতকালীন ক্ৰীড়াত ৩৩ টা পদক জয়ী ভাৰতীয় দলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
March 18th, 02:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালীৰ টুৰিনত অনুষ্ঠিত বিশেষ অলিম্পিক বিশ্ব শীতকালীন ক্ৰীড়া ২০২৫ত ভাৰতীয় খেলুৱৈসকলৰ অসাধাৰণ প্ৰদৰ্শনক প্ৰশংসা কৰে। ভাৰতীয় দলটোৱে ৩৩ টা পদক লাভ কৰি বিশ্ব পৰ্যায়ত দেশক গৌৰৱান্বিত কৰিছে।Italy-India Joint Strategic Action Plan 2025-2029
November 19th, 09:25 am
Aware of the unparalleled potential of the India Italy Strategic partnership, Prime Minister of India Shri Narendra Modi and Prime Minister of Italy Ms. Giorgia Meloni during their meeting at the G20 Summit in Rio de Janeiroইটালীৰ মন্ত্ৰী পৰিষদৰ অধ্যক্ষক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
November 19th, 08:34 am
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত জি-২০ সন্মিলনৰ সময়ত ইটালীৰ মন্ত্ৰী পৰিষদৰ অধ্যক্ষ মহামহিম জৰ্জিয়া মেল’নীক সাক্ষাৎ কৰে।বিগত দুবছৰৰ ভিতৰত এইখন আছিল পঞ্চমখন বৈঠক। ২০২৪ চনৰ জুনত ইটালীৰ পুগ্লিয়াত প্ৰধানমন্ত্ৰী মেল’নীৰ অধ্যক্ষতাত অনুষ্ঠিত জি-৭ শীৰ্ষ সন্মিলন উপলক্ষে দুয়োগৰাকী নেতাৰ অন্তিমখন বৈঠক অনুষ্ঠিত হৈছিল। প্ৰধানমন্ত্ৰীয়ে এই প্ৰত্যাহ্বানপূৰ্ণ সময়ত জি-৭ শীৰ্ষ সন্মিলনৰ নেতৃত্ব দিয়াৰ বাবে প্ৰধানমন্ত্ৰী মেলনীক অভিনন্দন জনায়।৭৮সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বিশ্বনেতাসকলৰ শুভেচ্ছাৰ বাবে ধন্যবাদ জনালে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
August 15th, 09:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৮সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বিশ্বনেতাসকলে প্ৰদান কৰা শুভেচ্ছাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷শ্ৰীনগৰত 'শক্তিসমৃদ্ধ যুৱপ্ৰজন্ম, সমৃদ্ধ জম্মু-কাশ্মীৰ' অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
June 20th, 07:00 pm
জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল শ্ৰী মনোজ সিনহাজী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী শ্ৰী প্ৰতাপৰাও যাদৱজী, গণ্যমান্য ব্যক্তিসকল, জম্মু-কাশ্মীৰৰ প্ৰতিটো কোণৰ পৰা সংযোজিত হোৱা মোৰ যুৱ বন্ধুসকল, আৰু মোৰ প্ৰিয় ভাই-ভনীসকল!জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰত ‘যুৱ সবলীকৰণ, পৰিৱৰ্তিত জম্মু আৰু কাশ্মীৰ’ কাৰ্যসূচীত ভাষণ প্ৰধানমন্ত্ৰীৰ
June 20th, 06:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰস্থিত শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত (এছকেআইচিচি) ‘যুৱ সবলীকৰণ, পৰিৱৰ্তিত জম্মু আৰু কাশ্মীৰ’ শীৰ্ষক অনুষ্ঠানত ভাষণ আগবঢ়ায়। প্ৰধানমন্ত্ৰীয়ে জম্মু আৰু কাশ্মীৰত পথ, পানী যোগান আৰু উচ্চ শিক্ষাৰ আন্তঃগাঁথনি আদি খণ্ডক সামৰি ১৫০০ কোটিতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। লগতে ১৮০০ কোটি টকাৰ কৃষি আৰু সংশ্লিষ্ট খণ্ডৰ প্ৰতিযোগিতামূলকতা উন্নীতকৰণ প্ৰকল্প (জেকেচিআইপি)ৰো শুভাৰম্ভ কৰে। শ্ৰী মোদীয়ে ২০০গৰাকী নতুন চৰকাৰী নিযুক্তিপ্ৰাপ্তক নিয়োগ পত্ৰও বিতৰণ কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে এখন প্ৰদৰ্শনী পৰিদৰ্শন কৰাৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৃতী যুৱক-যুৱতীৰ সৈতে মত বিনিময় কৰে।উত্তৰপ্ৰদেশৰ বাৰাণসীত কিষাণ সন্মান সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
June 18th, 05:32 pm
উত্তৰপ্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, মোৰ কেন্দ্ৰীয় কেবিনেট সতীৰ্থ শিৱৰাজ সিং চৌহান, ভগীৰথ চৌধাৰী জী, উত্তৰপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য, ব্ৰজেশ পাঠক, বিধান পৰিষদৰ সদস্য আৰু ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি শ্ৰী ভূপেন্দ্ৰ চৌধুৰী জী, ৰাজ্য চৰকাৰৰ অন্যান্য মন্ত্ৰীসকল, জনপ্ৰতিনিধি আৰু মোৰ কৃষক ভাই-ভনীসকল আৰু মোৰ কাশীৰ পৰিয়ালৰ সদস্যসকল,প্ৰধানমন্ত্ৰীয়েউত্তৰ প্ৰদেশৰ বাৰাণসীত কিষাণ সন্মান সন্মিলন সম্বোধন কৰে
June 18th, 05:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত কিষাণ সন্মান সন্মিলনৰ কাৰ্য্যসূচী সম্বোধনেৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM-KISAN)ৰ ১৭-সংখ্যক কিস্তি হিচাপে প্ৰত্যক্ষ লাভ হস্তান্তৰৰ জৰিয়তে প্ৰায় ৯.২৬ কোটি হিতাধিকাৰী কৃষকলৈ ২০,০০০ কোটিৰো অধিক টকা মুকলি কৰে। এই কাৰ্য্যসূচীতে তেখেতে আত্ম-সহায়ক গোটসমূহৰ (SHG) ৩০,০০০ ৰো অধিক মহিলাক কৃষি-সখী হিচাপে প্ৰমাণ-পত্ৰও প্ৰদান কৰে। এই অনুষ্ঠানত দেশৰ ভিন্ন প্ৰান্তৰ কৃষকসকলে প্ৰযুক্তিৰ মাধ্যমেৰেঅংশগ্ৰহণ কৰে।জি৭ সন্মিলনৰ সমান্তৰালভাৱে জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
June 14th, 11:53 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালীৰ আপুলিয়াত অনুষ্ঠিত জি-৭ সন্মিলনৰ সমান্তৰালভাৱে আজি জাপানৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত ফুমিঅ’ কিশিদাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়।জি৭ সন্মিলনৰ সমান্তৰালভাৱে ইটালীৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
June 14th, 11:40 pm
দুয়োগৰাকী নেতাই নিয়মীয়া উচ্চ ৰাজনৈতিক আলোচনাক সন্তুষ্টিৰে লক্ষ্য কৰি ভাৰত-ইটালী কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতাৰ বৃদ্ধিত সুখ প্ৰকাশ কৰাৰ লগতে তেওঁলোকে স্বচ্ছ শক্তি, উৎপাদন, মহাকাশ, বিজ্ঞান আৰু প্ৰযুক্তি, টেলিকম, এআই আৰু জটিল খনিজ পদাৰ্থৰ বাণিজ্যিক সম্পৰ্ক সম্প্ৰসাৰণ কৰি সুস্থিৰ যোগান শৃংখল গঢ়ি তোলাৰ আহ্বান জনায়। এই প্ৰেক্ষাপটত তেওঁলোকে শেহতীয়াকৈ ঔদ্যোগিক সম্পত্তিৰ অধিকাৰ (আইপিআৰ) সম্পৰ্কীয় বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱাক আদৰণি জনায় যিয়ে পেটেণ্ট, ডিজাইন আৰু ট্ৰেডমাৰ্কৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে এক কাঠামো প্ৰদান কৰে।জি৭ আউটৰীচ্চ অধিৱেশনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ অসমীয়া অনুবাদ
June 14th, 09:54 pm
প্ৰথমে প্ৰধানমন্ত্ৰী মেলনীক মোক এই সন্মিলনলৈ আমন্ত্ৰণ জনোৱাৰ বাবে আৰু আমাৰ প্ৰতি আগবঢ়োৱা উষ্ম আতিথ্যৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। চেন্সেলৰ অ’লাফ শ্বলজক জন্মদিনৰ বহুত বহুত শুভেচ্ছা জনালোঁ। জি-৭ সন্মিলনৰ এই অনুষ্ঠানটো কেৱল বিশেষ নহয়, ঐতিহাসিকো। এই গোটৰ ৫০ বছৰীয়া প্ৰতিষ্ঠা দিৱস উপলক্ষে জি-৭ৰ সকলো সহকৰ্মীলৈ আন্তৰিক অভিনন্দন জনালোঁ।জি-৭ সন্মিলনত কৃত্ৰিম বুদ্ধিমত্তা আৰু শক্তি, আফ্ৰিকা আৰু ভূমধ্যসাগৰৰ সন্দৰ্ভত আউটৰীচ্চ অধিবেশনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
June 14th, 09:41 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালীৰ আপুলিয়াত আজি অনুষ্ঠিত জি-৭ সন্মিলনত কৃত্ৰিম বুদ্ধিমত্তা, শক্তি, আফ্ৰিকা আৰু ভূমধ্যসাগৰৰ ওপৰত আউটৰীচ্চ অধিৱেশনত ভাষণ আগবঢ়ায়। তেওঁ গ্ৰুপটোক ৫০ বছৰীয়া মাইলৰ খুঁটিত উপনীত হোৱাৰ বাবে অভিনন্দন জনায়।‘জি-৭ শীৰ্ষ সন্মিলন’ৰ আহৰি পৰত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
June 14th, 04:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ১৪ জুনত ইটালীত অনুষ্ঠিত ‘জি-৭ সন্মিলন’ৰ আহৰি পৰত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰী ভলোডিমিৰ জেলেনস্কিৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হয়। তৃতীয়টো কাৰ্যকালৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাত ৰাষ্ট্ৰপতি জেলেনস্কিয়ে জনোৱা উষ্ম শুভকামনাৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওক ধন্যবাদ জনায়।