
India is a living land with a vibrant culture: PM Modi at inauguration of Sri Sri Radha Madanmohanji Temple in Navi Mumbai
January 15th, 04:00 pm
PM Modi inaugurated the Sri Sri Radha Madanmohanji Temple, an ISKCON project in Navi Mumbai. “India is an extraordinary and wonderful land, not just a piece of land bound by geographical boundaries, but a living land with a vibrant culture,” the Prime Minister exclaimed. He emphasised that the essence of this culture is spirituality, and to understand India, one must first embrace spirituality.
PM Modi inaugurates the Sri Sri Radha Madanmohanji Temple of ISKCON in Navi Mumbai
January 15th, 03:30 pm
PM Modi inaugurated the Sri Sri Radha Madanmohanji Temple, an ISKCON project in Navi Mumbai. “India is an extraordinary and wonderful land, not just a piece of land bound by geographical boundaries, but a living land with a vibrant culture,” the Prime Minister exclaimed. He emphasised that the essence of this culture is spirituality, and to understand India, one must first embrace spirituality.
১৫ জানুৱাৰীত প্ৰধানমন্ত্ৰীৰ মহাৰাষ্ট্ৰ ভ্ৰমণ
January 13th, 11:16 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৫ জানুৱাৰীত মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে পুৱা প্ৰায় ১০:৩০ বজাত মুম্বাইৰনৌ সেনাৰ বন্দৰত তিনিখনআগশাৰীৰ নৌসেনাৰ যুদ্ধজাহাজ আই এন এছ চুৰাট, আই এন এছ নীলগিৰি আৰু আই এন এছ বাঘশ্বীৰকব্যৱহাৰৰ বাবে সাজু অৱস্থাতদেশৰ বাবে উৎসৰ্গা কৰিব। ইয়াৰ পাছততেওঁ প্ৰায় ৩:৩০ বজাত নৱী মুম্বাইৰ খাৰঘৰত ইস্কন মন্দিৰ উদ্বোধন কৰিব।গ্ৰীচৰ ইস্কনৰ মূৰব্বী গুৰু দয়ানিধি দাসৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
August 25th, 10:55 pm
প্ৰধানমন্ত্ৰীয়ে ২০১৯ চনত ভাৰতত হোৱা তেওঁলোকৰ বৈঠকৰ কথা স্মৰণ কৰে। গ্ৰীচত ইস্কনৰ কাৰ্যকলাপৰ বিষয়ে তেওঁক অৱগত কৰা হয়।Prime Minister meets the representatives of Italian Congregation for Krishna Consciousness (ISKCON)
October 30th, 12:10 am
Prime Minister Shri Narendra Modi met and interacted with the community members from various organisations including the representatives of Italian Congregation for Krishna Consciousness (ISKCON).১ ছেপ্টেম্বৰত শ্ৰীলা ভক্তিবেদান্ত স্বামী প্ৰভুপদ জীৰ ১২৫ তম জন্ম জয়ন্তী উপলক্ষে এক বিশেষ স্মাৰক মুদ্ৰা মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে
August 31st, 03:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীলা ভক্তিবেদান্ত স্বামী প্ৰভুপদ জীৰ ১২৫ তম জন্ম জয়ন্তী উপলক্ষে ১ ছেপ্টেম্বৰ ২০২১ তাৰিখে আবেলি ৪:৩০ বজাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ১২৫ টকাৰ এক বিশেষ স্মাৰক মুদ্ৰা মুকলি কৰিব আৰু সমবেত লোকসকলক সম্বোধন কৰিব।কাইলৈ নতুন দিল্লীত প্ৰধানমন্ত্ৰীয়ে ইস্ক’নৰ গীতা আৰাধনা মহোৎসৱত অংশগ্ৰহণ কৰিব
February 25th, 06:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ ২৬ ফেব্ৰুৱাৰী ২০১৯ তাৰিখে নতুন দিল্লীত ইস্ক’নে আয়োজিত কৰা গীতা আৰাধনা মহোৎসৱত উপস্থিত থাকিব৷Shri Gopal Krishna Goswami Maharaja, Head, ISKCON meets PM Modi
March 18th, 03:43 pm
PM meets Ms. Maryam Asif Siddiqui, winner of Bhagavad Gita Champion League
June 18th, 02:10 pm